

নিউজডেক্স,২৬ এপ্ৰিল,২০২৫ : সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিবেশ তথা দেশৰ এই দুৰ্দিনৰ সময়ত টি আৰ পিৰ পিছত অন্ধভাবে দৌৰি , নিজৰ দায়বদ্ধতা আৰু নৈতিকতা বিসৰ্জন দি বৰ্তমান দেশৰ শত্ৰু পক্ষকহে যেন সহায় কৰাৰ কামত আওপকীয়াকৈ নামি পৰিছে আমাৰ বহু সংবাদ মাধ্যম৷ সেইবাবেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ লাইভ কভাৰেজ প্ৰদৰ্শনৰ পৰা বিৰত থাকিবলৈ সকলো সংবাদ মাধ্যমক আহ্বান জনাব লগা হৈছে।
দেশৰ সংবাদ মাধ্যমলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা :-

