
নিউজডেক্স , ২৫ আগষ্ট,২০২৫ : নাজিৰাৰ শিমলুগুৰিত দিখৌ নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷। এই খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে শিমলুগুৰি নগৰৰ লগতে ইয়াৰ উপকণ্ঠীয় অঞ্চল সমূহলৈ৷ শিমলুগুৰিৰ নগৰৰ মাজতে থকা বুধবৰীয়া বজাৰৰ লগতে তেতেলিগুৰিতো দিখৌৰ ক্ৰমবৰ্দ্ধিত খহনীয়াই এই অঞ্চলৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে৷ অপৰিকল্পিতভাৱে কিছুদিনৰ আগতে নিৰ্মাণ কৰা তেতেলিগুৰিৰ পৰা মাষ্টৰচুক সংযোগী মথাউৰি তথা পথটোৰ বহু অংশ নিম্নমানৰ কামৰ বাবেই দিখৌ নৈৰ বুকুত বিলীন হোৱাত উক্ত অঞ্চলৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে এই গৰাখহনীয়া ৰোধৰ বাবে বিশেষ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ নকৰাত ৰাইজ শঙ্কিত আৰু ক্ষোধিত হৈ পৰিছে৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

