Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » ধিতাইপুখুৰীৰ কাকজানত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত দুই শতাধিক গাহৰি নিধন : পুঁজিপতিৰ হাতলৈ যাব নেকি কোটি টকীয়া গাহৰি বজাৰ
    Assam

    ধিতাইপুখুৰীৰ কাকজানত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত দুই শতাধিক গাহৰি নিধন : পুঁজিপতিৰ হাতলৈ যাব নেকি কোটি টকীয়া গাহৰি বজাৰ

    newshuntneBy newshuntneNovember 2, 2025Updated:November 2, 2025No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    নিউজডেক্স,২নবেম্বৰ,২০২৫: শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱে চিন্তিত কৰি তুলিছে থলুৱা গাহৰি পালক সকলক৷ ধিতাইপুখুৰীৰ কাকজানৰ জানমণি বুঢ়াগোহাঁইৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে এই থলুৱা গাহৰি পালক জনে৷ বেঙ্কৰ পৰা প্ৰায় ৪২লাখ টকাৰ ঋণ লৈ  জানমণি বুঢ়াগোহাঁইয়ে সাতবছৰ ধৰি প্ৰায় বহু শতাধিক গাহৰি পালন কৰি উপাৰ্জনৰ পথ বাছি লৈছিল৷ দুদিনমান আগতে গাহৰিৰ গাত ছোৱাইন ফ্লুৰ    লক্ষণ দেখি গাহৰি ফাৰ্মখনৰ তিনিটা গাহৰিৰ তেজৰ নমুনা শিৱসাগৰ পশুপালন বিভাগে সংগ্ৰহ কৰি পৰীক্ষণ কৰাত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাৰ বিষয়ে নিশ্চিত হৈ আজি শিৱসাগৰৰ জিলা পশুপালন বিভাগে এই গাহৰি ফাৰ্মৰ প্ৰায় দুই শতাধিক গাহৰি নিধন কৰে ৷

    ছোৱাইন ফ্লুৰ কবলত পৰি সৰ্বস্বান্ত হোৱা থলুৱা গাহৰি পালক জানমণি বুঢ়াগোঁহায়ে এই গাহৰি ফাৰ্মৰ বাবে লোৱা ঋণ মাফ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে৷ যদিহে বিভাগীয় কৰ্তৃপক্ষইয়ে জানমণি বুঢ়াগোহাঁইৰ ঋণ ৰেহাইৰ  বা আৰ্থিক সহায়ৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জানমণি বুঢ়াগোহাঁইয়ে মৃত্যুৰ  পথ বাছি ল’বলৈ বাধ্য হব বুলি  সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷
     পুঁজিপতিক গাহৰিৰ বজাৰ  চমজাই দিয়াৰ চক্ৰান্তৰেই  ৰাজ্যত বিয়পাই দিয়া হৈছে নেকি ছোৱাইন ফ্লু  :
    বৰ্তমান অসমৰ থলুৱা লোকৰ হাতত থকা একমাত্ৰ বজাৰ খন হৈছে গাহৰি মাংসৰ বজাৰ। উত্তৰ-পূবত জনজাতীয় লোকৰ মাজত জনপ্ৰিয় এই গাহৰি মাংসৰ বছৰি বহু হেজাৰ কোটি টকাৰ ব্যৱসায় হয় । এই অঞ্চলত সহস্ৰাধিক নিবনুৱা যুৱকে গাহৰি  মাংসৰ উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে সংস্থাপনৰ বাট মুকলি কৰাৰ  লগতে অসমত গাহৰি পালনক এক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে।এনে সময়তে অসমৰ  ৩০ খন জিলা ASF অৰ্থাৎ আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাত গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। প্ৰধানকৈ বহি:ৰাজ্যৰ পৰা আমদানি কৰা গাহৰিৰ পৰাই সংক্ৰমিত এই ৰোগ ৰাজ্যখনত বিয়পি পৰিছে । কেৱল কাগজে পত্ৰই বন্ধ কৰা বুলি ঘোষণা কৰি শাসকীয় দলৰ ছিণ্ডিকেট চক্ৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চললৈ দৈনিক বহি:ৰাজ্যৰ গাহৰি আমদানি হৈ আছে । চৰকাৰ  সদিচ্ছাৰ অভাৱৰ বাবেই আজি অসমৰ খিলঞ্জীয়া  গাহৰি পালক সকলৰ বহু দূৰ্গতি হৈছে। পুঁজিপতি গোষ্ঠীৰ চক্ৰান্তত চৰকাৰে থলুৱা গাহৰি পালক সকলক পেটেভাতে মৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি বহু লোকে মত প্ৰকাশ কৰিছে৷ কিছুবৰৰ আগতে অসমত থলুৱা নিবনুৱাই ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম খুলি আত্ম নিৰ্ভৰশীল  হব লওঁতেই  কাৰোবাৰ অভিসন্ধিত আৰম্ভ হৈছিল বাৰ্ড ফ্লু, ফাৰ্মে ফাৰ্মে গৈ বাৰ্ডফ্লুৰ  নামত কুকুৰা মাৰি , থলুৱা ব্যৱসায়ীৰ ককাঁল ভাঙি দিয়াৰ ফলশ্ৰুতিত ব্ৰইলাৰৰ বজাৰ খন থলুৱাৰ হাতৰ পৰা কম্পেনীৰ হাতলৈ গুচি যোৱাৰ পিছত আশ্বৰ্যজনক ভাবে বাৰ্ডফ্লু নাইকীয়া হল। সেইদৰে, অলপ দিনৰ আগতে চৰকাৰৰ পৃষ্ঠপোষকতাতে অসমলৈ আহিছিল  থাইলেণ্ডৰ গাহৰি মাংসৰ কোম্পানী। ৰাইজৰ প্ৰতিবাদত এই কোম্পানীয়ে থিতাপি লব নোৱাৰিলে যদিও চৰকাৰী পৃষ্ঠপোষকতাত বাহিৰৰ বেমাৰী গাহৰি অহৰহ আহিয়েই থাকিল, আৰু  ৰহস্যজনক ভাবে এতিয়া ছোৱাইন ফ্লুৱে  থলুৱাৰ বেপাৰীৰ কঁকাল ভাঙিছে পূৰ্বৰ বয়লাৰ কুকুৰাৰ পালক সকলৰ দৰে। এনেকৈ থলুৱা গাহৰি পালক সকলক ভাতে মাৰি বৃহৎ পুঁজিপতি গোষ্ঠীক গাহৰিৰ বজাৰ খন  চমজাই দিয়াৰ চক্ৰান্তৰেই হয়তো ৰাজ্যত  ছোৱাইন ফ্লুৰ  বীজাণু বিয়পাই দিয়া বুলি বহু লোকে আশঙ্কা কৰিছে ৷

     

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.