নিউজডেক্স,১৬জানুৱাৰী ২০২৬ : বায়ু,পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ বা নিয়ন্ত্ৰণৰ বাবে অসমৰ যিকোনো স্থানত সৰু বৰ বিভিন্ন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ক্ষেত্ৰ ভিত্তিক অনুসন্ধানৰ দ্বাৰা কোনো উদ্যোগ স্থাপনৰ সন্মতি(Consent to Establish চমুকৈ CTE) পত্ৰ প্ৰদান কৰাৰ পিছত পুনৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট উদ্যোগটো চলাবৰ বাবে সন্মতি (Consent to Operate চমুকৈ CTO) প্ৰদান কৰে৷ এই চি টি অ’ পোৱাৰ পিছতহে যিকোনো উদ্যোগে নিজৰ ব্যৱসায়িক উৎপাদন আৰম্ভ কৰে৷উল্লেখ্য যে দেশৰ জল(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন ১৯৭৪ৰ অধীনত গঠিত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ১৯৮১চনৰ বায়ু(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইনৰ দ্বাৰাও পৰিচালিত হয়৷ৰাজ্যৰ বায়ু,পানী আৰু শব্দ প্ৰদূষণৰ মান নিৰূপণ আৰু নিয়ন্ত্ৰণৰ বাবে অসমৰ প্ৰায়বোৰ জিলাতে অসম চৰকাৰৰ বন,পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গৱেষণাগাৰ বা কাৰ্যালয় আছে৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

