Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নাম ভানু নহয় ডিম্পী৷ ঘৰ তিতাবৰত নহয় ঘৰ আছিল নাজিৰাৰ নাওহলীয়া গাঁৱত৷ মিথ্যাচাৰেৰে আৰক্ষীক বিপথে পৰিচালিত কৰিছিল নৰপিশাচ দম্পতী বিতুপন আৰু ৰিতুস্মীতাই৷
    Uncategorized

    নাম ভানু নহয় ডিম্পী৷ ঘৰ তিতাবৰত নহয় ঘৰ আছিল নাজিৰাৰ নাওহলীয়া গাঁৱত৷ মিথ্যাচাৰেৰে আৰক্ষীক বিপথে পৰিচালিত কৰিছিল নৰপিশাচ দম্পতী বিতুপন আৰু ৰিতুস্মীতাই৷

    cradminBy cradminJuly 22, 2022No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    নাজিৰা, ২২ জুলাই:- কালিৰে পৰা সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকা ভানু ভুমিজ নামৰ কণমানি শিশুটিৰ ৰহস্যজনক মৃত্যুৰ বাতিৰৰ প্ৰায় বিশ ঘন্টা অতিক্ৰম কৰাৰ পিছত নাজিৰা আৰক্ষীয়ে বহু নতুন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰথম অৱস্থাত কন্যা শিশুটিৰ মৃত্যুৰ সন্দেহত আটকাধীন দম্পতীহালে আৰক্ষীৰ আগত শিশুটিৰ নাম ভানু ভুমিজ বুলি অৱগত কৰাৰ লগতে ঘৰ যোৰহাট জিলাৰ তিতাবৰত বুলি অৱগত কৰিছিল৷ কিন্তু কন্যা শিশুটিৰ প্ৰকৃত নাম আছিল ডিম্পী ভুমিজ৷ আনহাতে কালিৰে পৰা আৰক্ষীৰ আগত শিশুটিৰ ঘৰ তিতাবৰত বুলি কৈছিল যদিও ডিম্পী ভুমিজৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ নাজিৰাৰ নাওহলীয়া গাঁৱত৷ ইতিমধ্যে আৰক্ষীয়ে ডিম্পী ভুমিজৰ বাসগৃহ বিচাৰি উলিয়াবলৈ সক্ষম হৈছে ৷ আৰক্ষী গৈ ডিম্পী ভুমিজৰ ঘৰ পোৱা পৰ্যন্ত মৃত শিশুটিৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে গমেই পোৱা নাছিল মৰ্মান্তিক ঘটনাটোৰ কথা৷ ডিম্পীৰ মাতৃয়ে জনোৱা মতে ডিম্পীৰ বয়স হৈছিল মাত্ৰ চাৰে পাঁচ বছৰ। মৃত বনকৰা শিশুটিৰ বায়েক চাম্পীকো বনকৰা ছোৱালী হিচাপে ৰাখিছিল বিতুপন ঢেঁকীয়ালফুকন আৰু ৰিতুস্মীতা দত্তই। বিতুপন ঢেঁকীয়ালফুকন আৰু ৰিতুস্মীতা দত্তই বায়েকক কৰা অত্যাচাৰ,নিৰ্যাতনৰ বাবেই বায়েকে পলায়ন কৰি গুচি আহে বুলিও জনাই ৷

    ইফালে এটি মৰমলগা ফুলকুমলীয়া শিশুক অত্যাচাৰ কৰি তিলতিলকৈ মৃত্যু মুখলৈ থেলি দিয়া নৰপিশাচ দম্পতীহালৰ উচিৎ শাস্তিৰ দাবী জনাইছে চাহ জনজাতি ছাত্ৰ সন্থাই৷

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    cradmin
    • Website

    Related Posts

    Jawahar Navodaya Vidyalaya to come up in Charaideo district

    July 15, 2025

    Despite Weather Challenges ONGC Maintains Operational Momentum at RDS#147A

    June 24, 2025

    “কা” আইনৰ বিৰোধীতাৰে নাজিৰাত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী

    March 10, 2024
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.