নিউজ ডেক্স, ২৬ জানুৱাৰী ২০২৩ : দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি উলহ মালহেৰে গণৰাজ্য দিৱস উদ্যাপন কৰা হয় ।নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত উদ্যাপিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰা মহকুমাধিপতি আয়ুসী জৈনে।অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে আন বহু ব্যক্তি উপস্থিত থাকে।



Breaking News
- শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সহাৰ্য,শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना

