নিউজ ডেক্স, ১০ ফ্ৰেব্ৰুৱাৰী ২০২৩ : শিৱসাগৰ ভটিয়াপাৰ নিবাসী, নীৰৱ নাট্য সাধক তথা শিৱসাগৰ নাট্যপীঠৰ অধ্যক্ষ প্ৰশান্ত শৰ্মাক অসমৰ নাট্য আন্দোলনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই যোৱা ৯ ফ্ৰেব্ৰুৱাৰীত আনুষ্ঠানিক ভাবে অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰে৷ শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপে কৰ্মৰত প্ৰশান্ত শৰ্মা বিগত তিনি দশক জুৰি নাট্য সংগঠনৰ লগত জড়িত আৰু অপেছাদাৰী নাট্য আন্দোলনৰ এগৰাকী অগ্ৰণী সৈনিক ৷


Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

