নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰী৷ ৩০২৩ : অসমত চিকিৎসা সেৱা বিষয়ত অধ্যয়ন কৰিব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ ৷ ৰাজ্যৰ চিকিত্সা মহাবিদ্যালয় সমূহত MBBS শিক্ষা গ্ৰহণৰ বাবে ১০০ খন আসন বৃদ্ধি কৰা হৈছে৷
উল্লেখযোগ্য যে, পূৰ্বৰ ১২০০ আসনৰ ঠাইত বৃদ্ধি পাই এতিয়া অসমত MBBS ৰ সৰ্বমুঠ আসন ১৩০০ লৈ বৃদ্ধি পালে।যোৱা মঙলবাৰে কোকৰাঝাৰ চিকিত্সা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মেডিকেল আয়োগে ১০০ খন আসন বৃদ্ধি অনুমোদন প্ৰদান কৰাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে অৱগত কৰে কৰে।


