নিউজ ডেক্স, ১০ এপ্ৰিল,২০২৩ :
আজি নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে নাজিৰাত বাহিৰ কৰা হাত ছে হাত জোড়ো যাত্ৰা আৰু জয় ভাৰত সত্যাগ্ৰহ , পথসভাত অংশ লৈ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , সাম্প্ৰতিক দেশৰ অৰ্থনৈতিক সংকটৰ ছবি স্পষ্ট হৈ পৰিছে , যুৱ সমাজৰ কৰ্ম সংস্থাপনহীনতা , সহ্যাতীত মূল্যবৃদ্ধি , কৃষি খণ্ডৰ ভয়ংকৰ দুৰ্দশাগ্ৰস্ত অৱস্থা আৰু দেশৰ সম্পদৰাজিৰ ওপৰত কৰ্পৰেট গোষ্ঠীৰ আগ্ৰাসী দখল অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাহুল গান্ধীক বিজেপি চৰকাৰে অন্যায় ভাৱে জেললৈ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।