নিউজ ডেক্স,১২ এপ্ৰিল,২০২৩ :
আজি পুৱা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত পথ দুৰ্ঘটনাত চিটী বাছৰ খুন্দাত থিতাতে মৃত্যু হয় সংবাদকৰ্মী মুস্তাক আলমৰ৷বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে বেলতলাৰ পৰা দিছপুৰ অভিমুখী চিটী বাছে মহতিয়াই নিয়ে সংবাদকৰ্মীজনক। যাৰ ফলত থিতাতে মৃত্যু হয় তেওঁৰ। গুৱাহাটীৰ TIME 8 নামৰ সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

