নিউজ ডেক্স, ২৪ মে’ , ২০২৩ : বিহুবৰৰ মোচোৱা মুণ্ডা নামৰ লোকজনে গুপ্তধনৰ সন্ধানত বলি দিবলৈ যো-জা চলাইছিল এগৰাকী যুৱতীক৷যুৱতীৰ মাতৃক ২লাখ টকাৰ প্ৰলোভনেৰে বলি দিয়াৰ চেষ্টা চলাইছিল যুৱতীগৰাকীক ৷
দক্ষিণা গোৱালা নামৰ যুৱতীগৰাকীয়ে কামলৈ যোৱাৰ পথত বলপূৰ্বকভাবে ধৰি নি নৰবলি দিয়াৰ প্ৰচেষ্টা চলাইছিল মোচোৰা মুণ্ডা নামৰ অভিযুক্ত ব্যক্তি জনে ৷যুৱতী গৰাকীয়ে আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত মোচোৰা মুণ্ডা । বিহুবৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ।