নিউজডেক্স,২৬ জানুৱাৰী,২০২৪ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰতো নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত উলহ মালহেৰে উদ্যাপন কৰা হয় ৭৫সংখ্যক গণৰাজ্য দিৱস।
নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আজি নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত উদ্যাপিত ৭৫সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰা মহকুমাধিপতি আয়ুসী জৈনে।৭৫সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত স্কাউট গাইডকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।