নিউজডেক্স,৭ ফেব্ৰুৱাৰী,২০২৪ : জনপ্ৰিয় অভিনেতা দেৱাশীষ বৰঠাকুৰক নাজিৰা নিৰ্বাচনী জিলাৰ “নিৰ্বাচনৰ আইকন” ৰূপে নিয়োগ কৰা হৈছে।
অভিনেতা গৰাকীয়ে এক ভিডিঅ’ যোগে ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ সমূহ ভোটাৰ ৰাইজক আগন্তুক লোক সভা নিৰ্বাচন, ২০২৪ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ লগতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সঠিক ভাৱে সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে। নাজিৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিভাগে এক বিজ্ঞপ্তি যোগে এই কথা জনাইছে৷