Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » ১৩ ফেব্ৰুৱাৰীত কৃষকৰ ‘দিল্লী চলো’ পদযাত্ৰা;
    National

    ১৩ ফেব্ৰুৱাৰীত কৃষকৰ ‘দিল্লী চলো’ পদযাত্ৰা;

    newshuntneBy newshuntneFebruary 9, 2024No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স,৯ ফেব্ৰুৱাৰী,২০২৪ ; সমগ্ৰ দেশতে এক বৃহৎ আন্দোলনৰ দ্বাৰা কোলাহল সৃষ্টিৰ বাবে সাজু হৈছে কৃষক৷নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১০ বছৰীয়া শাসন কালত সন্মুখীন হোৱা বহু বিপৰ্যয়ৰ ভিতৰত ২০২০ বৰ্ষটো অন্যতম। চৰকাৰে প্ৰস্তুত কৰা কৃষি আইন তিনিখনৰ বাবে মোডী চৰকাৰে বহু বাধাৰ সন্মুখীন হৈ অৱশেষত  চৰকাৰে তিনিওখন আইন প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল৷এতিয়া ২০২৪ চনৰ নির্বাচনলৈ  মাত্র কিছুদিন বাকী থকা অৱস্থাত পুনৰবাৰ কিষাণ মর্চা গঠন কৰি দিল্লীলৈ সমদল উলিয়াবৰ বাবে সাজু হৈছে কৃষক সমাজ৷ অহা  ১৩ ফেব্ৰুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০০ টা কৃষক সংগঠনে দিল্লীলৈ সমদল উলিয়াবলৈ সাজু হৈছে। কৃষকৰ মূলতঃ দুটা দাবী। প্ৰথম – এম এছ পি অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা আৰু দ্বিতীয় – কৃষকৰ ঋণ ৰেহাই।কৃষৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পিছত ভাৰত চৰকাৰে এম এছ পি বিষয়ত এখন কমিটী গঠন কৰিছিল যদিও বহু কৃষক সংগঠনে ইয়াক লৈ সুখী হোৱা নাছিল। ভাৰতীয় কিষাণ ইউনিয়নৰ  ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটেও এই আন্দোলনৰ কথা কৈছে।  এইবাৰ চৰকাৰে  নিবিচাৰে যে ২০২০ চনৰ দৰে আন্দোলন আৰু বিক্ষোভ তীব্ৰতৰ হওক, হয়তো সেইবাবেই বিক্ষোভ ঘোষণা হোৱাৰ লগে লগে ভাৰত চৰকাৰৰ তিনিজন মন্ত্ৰীয়ে চণ্ডীগড়ত কৃষকৰ প্ৰতিনিধিক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানো উপস্থিত আছিল৷ মানে কয় যে এই বৈঠকত ভাৰত চৰকাৰ ইতিবাচক ৰূপত দেখা গ’ল।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰত চৰকাৰৰ হৈ কৃষি আৰু কৃষক পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল আৰু গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় বৈঠকত উপস্থিত আছিল। কিন্তু এই বৈঠকৰ পাছতো দিল্লী সমদলৰ প্রস্তুতি স্থগিত ৰখাৰ কোনো বক্তব্য কৃষক সংগঠনৰ  পৰা অহা নাই৷
    আনহাতে পুনৰ আন এখন বৈঠক অনুষ্ঠিত হ’ব বুলি ভাৰত চৰকাৰে জনাইছে৷ সেই সভাত  কৃষক সংগঠনসমূহ   কিছু সুনিৰ্দিষ্ট সহমতত উপনীত  নহ’লে হয়তো কৃষকসকলে দিল্লীত প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি যাব পাৰে ৷কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ অহা সকলো প্ৰৱেশ পইণ্টতে নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰিছে। ২০২০ চনৰ আন্দোলনৰ পিছত কৃষক সংগঠনসমূহত বিভাজন ঘটিছে। কিন্তু বৰ্তমানেও ইউনাইটেড কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ সংঘৰ্ষ কমিটিয়ে দাবী কৰে যে তেওঁলোক একত্ৰিত আৰু তেওঁলোকৰ প্ৰতি প্ৰায় ২০০ টা কৃষক সংঘৰ সমৰ্থন আছে।
    ​
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना

    March 15, 2026

    অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

    March 15, 2026

    Supreme Court seeks affidavits from three parties on Rohingya issue

    August 1, 2025
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.