Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » অসমত বিলুপ্ত হ’ল মুছলিম বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ আইন
    Assam

    অসমত বিলুপ্ত হ’ল মুছলিম বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ আইন

    newshuntneBy newshuntneFebruary 24, 2024Updated:February 24, 2024No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স,২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৪ :এক উল্লেখযোগ্য পৰিঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাই দীৰ্ঘদিনীয়া অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিল কৰে।২৩ ফ্ৰেব্ৰুৱাৰীত  অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।    উত্তৰাখণ্ডই    ভাৰতৰ প্ৰথমখন ৰাজ্য ৰূপে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰাৰ পিছতে অসম এই ক্ষেত্ৰৰ পিনে ধাৱমান হোৱাৰ ই এক পদক্ষেপ বুলিব পাৰি ৷ 
    যোবা ২৩ ফ্ৰেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত  অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ইয়াক ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বাস্তৱায়িত কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি বুলি অভিহিত কৰে। তেওঁ  কয় যে এতিয়াৰ পৰা ৰাজ্যত প্ৰচলিত বিশেষ বিবাহ আইনে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় সকলো দিশ নিয়ন্ত্ৰণ কৰিব
    এতিয়া অসমৰ প্ৰতিটো বিবাহ বিশেষ বিবাহ আইনৰ অধীনত হ’ব। এই সিদ্ধান্তই বাল্যবিবাহৰ অন্ত পেলোৱাত সহায় কৰিব বুলি অসম চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰিছে।যোৱা  শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
    উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল ক’ড আইন ৰূপায়ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হোৱাৰ তিনি সপ্তাহৰ পাছত  অসম এই দিশে আগবাঢ়িছে আৰু ইউনিফৰ্ম চিভিল ক’ড (ইউচিচি)ৰ দিশত ইয়াক এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰিছে অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ইউনিফৰ্ম কমন ক’ড ( UCC ) কাৰ্যকৰী কৰাৰ দিশত ইয়াক অসম চৰকাৰৰ প্ৰথম পদক্ষেপ বুলিব পাৰি৷
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, ‘২৩ ফেব্ৰুৱাৰীত অসম কেবিনেটে যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই আইনত বাল্য বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া কিছুমান বিধান অন্তৰ্ভুক্ত কৰা হৈছিল। এই পদক্ষেপ অসমত বাল্যবিবাহ নিষিদ্ধ কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ”
     অন্ত পৰিল মুছলমান বিবাহ পঞ্জীয়কৰ চাকৰিৰ   :
    এই আইন বিলুপ্ত হোৱাৰ লগে লগে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইনৰ অধীনত কাম কৰা ৰাজ্যৰ ৯৪ গৰাকী মুছলমান পঞ্জীয়ককো অপসাৰণ কৰা হৈছে। এই আটাইকেইজনক এতিয়া দুই লাখ টকাৰ এককালীন ক্ষতিপূৰণ দি কৰ্তব্যৰ পৰা মুক্ত কৰা হ’ব। অসম চৰকাৰৰ মতে এই সিদ্ধান্তৰ আঁৰৰ মূল উদ্দেশ্য হৈছে  এই আইনৰ অধীনত বহুতো নাবালক বিবাহ হয়। ইয়াৰ উপৰিও ই বাল্যবিবাহৰ অন্ত পেলোৱাৰ দিশত এক পদক্ষেপ, য’ত ২১ বছৰৰ তলৰ পুৰুষ আৰু ১৮ বছৰৰ তলৰ মহিলাই বিবাহ কৰে। ২৩/২/২০২৪ তাৰিখে অসম কেবিনেটৰ যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলক এক উল্লেখযোগ্য সিদ্ধান্ত বুলিব পাৰি। এই আইনত আইনৰ মতে দৰা-কইনাৰ বয়স ১৮ আৰু ২১ বছৰ নহ’লেও বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান আছিল। এই কাৰ্য অসমত বাল্যবিবাহ নিষিদ্ধ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ  বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.