নিউজডেক্স,৪এপ্ৰিল,২০২৪ : দেশত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি
সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে বৰ্তমান দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণৰ বাহিৰত৷৪০০ টকাৰ চিলেণ্ডাৰৰ দাম এতিয়া ১২০০ টকা হ’ল৷ ১৯৪৭ চনৰ পৰা ২০১৬ চনলৈ অসমৰ ধাৰৰ পৰিমাণ আছিল ৪৩ হাজাৰ কোটি টকা, কিন্তু ২০১৬ চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনত পাঁচ বছৰত ধাৰ ল’লে ৪৮ হাজাৰ কোটি টকা আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ আঢ়ৈ বছৰতে ঋণ লৈছে ৫০ হাজাৰ কোটি টকাৰ৷ এই পইচাবোৰ ক’ত হেৰাই গৈছে ?