নিউজডেক্স,৪এপ্ৰিল,২০২৪ : আমাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে অসমক মাতৃভূমি বুলি ভবা লোকসকলে কৌশলী -দূৰদৰ্শীতাতাৰে জটিল বাস্তৱৰ কঠিনতাক সংবিধান সন্মতভাবে মোকাবিলা কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধতাৰে সুচিন্তিত ৰূপত আগনাবাঢ়িলে অসমৰ বিদেশী সমস্যাৰ সমাধান অসম্ভৱ৷ আমাৰ কৰ্মবিমুখিতাৰ কাৰণেই অন্য স্থানৰ লোক আহি নিৰ্মাণক্ষেত্ৰকে ধৰি আন বিভিন্ন ক্ষেত্ৰত টিঘিলঘিলাই আছে৷ থলুৱা অসমীয়াৰ কৰ্মবিমুখীতাৰ বাবেই আজি নৱগ্ৰহ শ্মশান পুনৰ্নিমাণৰ কামটো মিঞা সম্প্ৰদায়ৰ শ্ৰমিকে কাম কৰিবলগীয়া হৈছে৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

