নিউজডেক্স,১৪এপ্ৰিল,২০২৪ : আজি পহিলা বহাগ। সমগ্ৰ অসমতেই ৰঙালী বিহুৰ ব্যাপক আয়োজন। নাজিৰাৰ মেছাগড় মহাসতী জয়মতী পুথিভঁৰাল প্ৰাঙ্গনত সদৌ অসম ভিত্তিত এখনি কণীযুঁজ মেলা আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় চাৰিশতকৈ অধিক লোকে এই কণীযুঁজ মেলাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।মেছাগড় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত মুকলি বিহুত বহুকেইজন স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে দেশ আৰু জাতিৰ কল্যাণৰ বাবে ৰাইজে জ্যেষ্ঠজনৰ পৰা আশীষ বিচাৰি সেৱা লয়৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

