Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » শিৱসাগৰ জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ : জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল-৫৭২২১৯ জন
    Assam

    শিৱসাগৰ জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ : জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল-৫৭২২১৯ জন

    newshuntneBy newshuntneDecember 28, 2025Updated:December 28, 2025No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স,২৮ ডিচেম্বৰ ২০২৫ : ২৭ ডিচেম্বৰত শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ,শিৱসাগৰ আৰু নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়৷ ৯৫নং ডিমৌ বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭৯২১০ জন,ইয়াৰে ৮৮০০৪জন পুৰুষ,৯১২০৫গৰাকী মহিলা আৰু ১জন তৃতীয় লিংগৰ ভোটাৰ৷ডিমৌ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হল ২৩০টা৷
    ৯৬নং শিৱসাগৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হল ২০৯৭৭৮জন,ইয়াৰে পুৰুষ ভোটাৰ হল ১০৩৪৩০ জন, ১০৬৩৪৭ গৰাকী হল মহিলা আৰু ১জন তৃতীয় লিংগৰ ভোটাৰ৷ শিৱসাগৰ সমষ্টিৰ মুঠ  ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ২৭৮টা   ৷আনহাতে ২৩৩টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ১৮৩২৩১জন,ইয়াৰে ৮৯০৭০ জন পুৰুষ,৯৪১৫৯গৰাকী মহিলা আৰু ২ জন তৃতীয় লিংগৰ ভোটাৰ৷সামগ্ৰিক ভাবে শিৱসাগৰৰ মুঠ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ৫৭২২১৯ জন,ইয়াৰে ২৮০৫০৪জন পুৰুষ,২৯১৭১১ গৰাকী মহিলা আৰু ৪জন তৃতীয় লিংগৰ ভোটাৰ৷জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ৭৪১টা৷ইতিমধ্যে জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বুথ পৰ্যায়ৰ বিষয়া (BLO) সকলে ঘৰে ঘৰে গৈ ভোটৰ তালিকাৰ বিশেষ সংশোধনীৰ তথ্য সংগ্ৰহৰ কাম সম্পন্ন কৰিছে৷ এই সময়ছোৱাত জিলাখনত ১৭বছৰৰ উৰ্ধৰ তথা ১৮ বছৰৰ তলৰ অৰ্থাৎ অহাবছৰ ভোটাৰ তালিকাত অন্তভুৰ্ক্ত হবলগীয়া ২২৬৮ জন,১৮বছৰৰ উৰ্দ্ধৰ ৭৫০৭জন,স্থানান্তৰিত ভোটাৰ ৪২৭৫জন আৰু ৮২৭০জন মৃত ভোটাৰ চিনাক্ত কৰিছে৷ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি  তথা তথ্য শুধৰণিৰ বাবে নিদিষ্ট প্ৰ-পত্ৰ যোগে অহা ২২/০১/২০২৬ তাৰিখৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰিব পাৰিব৷ আবেদন পত্ৰ সমূহ নিদিৰ্ষ্ট সময়ৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়া (BLO) বা Online https://voters.eci.gov.in / Portal বা Voter Helpline Mobile App(VHA),ECINET ৰ যোগেদিও দাখিল কৰিব পাৰিব৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.