নিউজডেক্স,৩১ ডিচেম্বৰ,২০২৫:সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাত অব্যাহত থকা প্ৰচণ্ড শীতৰ পৰিপ্ৰেক্ষিতত তথা শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত ১ জানুৱাৰী, ২০২৬ৰ পৰা ৬ জানুৱাৰী, ২০২৬ তাৰিখলৈ জিলাখনৰ সমূহ চৰকাৰী, প্ৰাদেশিকৃত, আৰু ব্যক্তিগত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় খোলাৰ সময় পুৱা ৯:৩০ বজা কৰা হৈছে। অৱশ্যে, বিদ্যালয় ছুটিৰ সময় অপৰিবৰ্তিত থাকিব। শিৱসাগৰ জিলাৰ জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে আজি এই আদেশ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী দেৱজ্যোতি গগৈয়ে জাৰি কৰিছে। উক্ত আদেশ তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাতে বলবৎ হ’ব।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

