Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    Assam

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    newshuntneBy newshuntneMarch 19, 2026Updated:March 19, 2026No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সমস্যাই ৰাজ্যখনৰ সংবাদ কৰ্মীসকলক আক্ৰান্ত কৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ প্ৰায়বোৰ সমজিলাত এতিয়া নিৰ্বাচনী বিষয়াৰ  কাৰ্যালয় নথকাত সমজিলা সমূহ “ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ”ৰত পৰিণত হোৱা বুলি বহুতে অভিযোগ কৰিছে।
    প্ৰাপ্ত তথ্যানুসৰি, পূৰ্বতে সমজিলা অৰ্থাৎ  মহকুমা পৰ্যায়ত নিৰ্বাচন বিষয়াৰ কাৰ্যালয় থকাত স্থানীয় স্তৰতেই নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কাম-কাজ সম্পন্ন কৰা হৈছিল। বিশেষকৈ সংবাদমাধ্যমৰ ক্ষেত্ৰত, স্থানীয় সংবাদকৰ্মীসকলক নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় পৰিচয় পত্ৰ (পাছ)কে ধৰি অন্যান্য আনুষংগিক সা-সুবিধা সমূহ সমজিলা পৰ্যায়তেই প্ৰদান কৰা হৈছিল।
    কিন্তু এইবাৰ নিৰ্বাচনৰ পূৰ্বে এই ব্যৱস্থাত পৰিবৰ্তন আনি সমজিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় সমূহ জিলা কাৰ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ ফলস্বৰূপে সমজিলা পৰ্যায়ত এই সুবিধাসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
    ইয়াৰ ফলত বিশেষকৈ প্ৰান্তীয় অঞ্চলত কৰ্মৰত সংবাদসেৱীসকল বহু অসুবিধাৰ সন্মুখীন হৈছে। সমজিলা পৰ্যায়ত থকা তথ্য আৰু জনসম্পৰ্ক বিভাগৰ কাৰ্যালয়সমূহো এই পৰিবৰ্তনৰ ফলত একপ্ৰকাৰ বিভ্ৰান্তি আৰু দুমোজাত পৰা পৰিলক্ষিত হৈছে। পূৰ্বে যিসমূহ দায়িত্ব-কৰ্তব্য স্থানীয়ভাৱে সম্পন্ন কৰা হৈছিল, এতিয়া সেইবোৰ কেন্দ্ৰীয় ভাবে জিলা সদৰৰ পৰা পৰিচালিত হোৱাত প্ৰান্তীয় সংবাদ কৰ্মীৰ বাবে  জটিলতা সৃষ্টি হোৱা দেখা গৈছে৷
     সমজিলা সমূহত দেখা দিয়া এই সমস্যাৰ প্ৰতি চৰকাৰে   দেখিও নেদেখাৰ ভাও ধৰাটো দুৰ্ভাগ্যজনক কথা  ৷  আনহাতে   সমজিলা সমূহত থকা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়তে পূৰ্বে  বিভিন্ন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও বৰ্তমান কোনো সমজিলাতে এনে কাৰ্যালয় নথকাৰ বাবে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰাই নিৰ্বাচন সম্বন্ধীয় সকলো কাম সম্পন্ন হোৱাত  নিৰ্বাচনৰ সময়ত খদমদমাই থকা পূৰ্বৰ মহকুমাধিপতি তথা বৰ্তমানৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় সমূহ এলাগী হৈ পৰা দেখা গৈছে৷ তৃণমূল পৰ্যায়ৰলৈকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা কোৱা চৰকাৰৰ দিনত সমজিলাৰ  নিৰ্বাচন কাৰ্যালয় সমূহ জিলা কাৰ্যালয়ৰ লগত সংলগ্ন কৰি  যিকোনো তথ্যৰ বাবে জিলালৈ বাট চাবলগীয়া হোৱা কাৰ্যই বিকেন্দ্ৰীকৰণৰ মূল ধাৰণাকেই কুঠাৰাঘাত কৰা যেনহে বোধ হয়৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026

    নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ

    February 27, 2026
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.