
২০১৫ -১৬ চনতে জন্ম লাভ কৰা চৰাইদেউ মহোৎসৱৰ আজি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ ৷ চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই মহোৎসৱক লৈ মৈদাম ক্ষেত্ৰৰ এক উখল- মাখল পৰিবেশ বিৰাজ কৰিছে ৷
মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰা পিছতে জিলা উপায়ুক্ত পল বৰুৱাই স্মৃতি তৰ্পণ আৰু বিশিষ্ট সমাজকৰ্মী শৈলেন ফুকনে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে ৷ইয়াৰ পিচতেই সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পাছতে গ্রন্থ বিপণী আৰু জনগোষ্ঠীয় খাদ্য মেলা শুভ উদ্বোধন কৰিব ৰাজহ ও দুর্যোগ ব্যবস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে। মহোৎসৱ স্থিত অনুষ্ঠিত জনগোষ্ঠীয় খাদ্যমেলা, গ্ৰন্থ বিপনী, জনগোষ্ঠীয় সাজপাৰ বিপনী, বিভিন্ন ফুলৰ বিপনী , কছমছটিক,মনিহাৰী বিপনীসমূহত অংশগ্ৰহণেৰে মহোৎসৱ বাকৰি এক উৎসৱ মুখৰ কৰি তুলিছে ৷
২০১৫ -১৬ চনতে জন্ম লাভ কৰা চৰাইদেউ মহোৎসৱৰ আজি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ ৷ চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই মহোৎসৱক লৈ মৈদাম ক্ষেত্ৰৰ এক উখল- মাখল পৰিবেশ বিৰাজ কৰিছে ৷
মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰা পিছতে জিলা উপায়ুক্ত পল বৰুৱাই স্মৃতি তৰ্পণ আৰু বিশিষ্ট সমাজকৰ্মী শৈলেন ফুকনে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে ৷ইয়াৰ পিচতেই সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পাছতে গ্রন্থ বিপণী আৰু জনগোষ্ঠীয় খাদ্য মেলা শুভ উদ্বোধন কৰিব ৰাজহ ও দুর্যোগ ব্যবস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে। মহোৎসৱ স্থিত অনুষ্ঠিত জনগোষ্ঠীয় খাদ্যমেলা, গ্ৰন্থ বিপনী, জনগোষ্ঠীয় সাজপাৰ বিপনী, বিভিন্ন ফুলৰ বিপনী , কছমছটিক,মনিহাৰী বিপনীসমূহত অংশগ্ৰহণেৰে মহোৎসৱ বাকৰি এক উৎসৱ মুখৰ কৰি তুলিছে
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

