গুণোৎসৱৰ দিনা কণ কণ ছাত্ৰ ছাত্ৰীয়ে বহিঃমূল্যায়কৰ সন্মুখত প্ৰদৰ্শন কৰিলে বিহু নৃত্য । যোৱা ১৯ জানুৱৰৰীত নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩২৮ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত শিক্ষক, অভিভাৱক আৰু স্থানীয় ৰাইজে এই নৃত্য উপভোগ কৰে । শিক্ষা- সংস্কৃতিৰ সমাহাৰত আহ্লাদিত হয় উপস্থিত ৰাইজ৷সাধাৰণতে গুণোৎসৱত ছাত্ৰ-ছাত্ৰীয়ে নাচ-গান কৰা দেখা নাযায় যদিও নাজিৰাৰ এই বিদ্যালয় খনত এনে এক ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হয়৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

