Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নাজিৰাত জনতাৰ বাবে নাই পাব্লিক টয়লেট : লজ্জানত নাগৰিকৰ সমস্যা উপলব্ধি কৰা নাই জনপ্ৰতিনিধি তথা প্ৰশাসনে
    Assam

    নাজিৰাত জনতাৰ বাবে নাই পাব্লিক টয়লেট : লজ্জানত নাগৰিকৰ সমস্যা উপলব্ধি কৰা নাই জনপ্ৰতিনিধি তথা প্ৰশাসনে

    newshuntneBy newshuntneFebruary 2, 2023Updated:February 2, 2023No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    ভাস্কৰজ্যোতি বৰগোহাঞি , নাজিৰাঃ ২ ফেব্ৰুৱাৰী ,২০২৩ :নাজিৰা নগৰত এটা পাব্লিক টয়লেট নোহোৱাৰ পৰিস্থিতিত ভূক্তভোগীৰ সমস্যা কি ইয়াৰ উপলব্ধি কৰিবলৈ যেন কোনো নাই ।  দীৰ্ঘদিন ধৰি নগৰখনৰ ৫ নং ৱাৰ্ডৰ টকৌ আলি আৰু ধোদৰ আলি সংযোগী পথ তথা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদৰ কাষত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো কৰ্তৃপক্ষই ভাঙি পেলোৱাহে পৰিলক্ষিত হ’ল । সেই ৰাজহুৱা প্ৰস্ৰাৱগাৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ উন্নতি কল্পে প্ৰশাসনক দৃষ্টিগোচৰ কৰি ৰাইজে দাবী উত্থাপন কৰি অহাৰ সমান্তৰাল ভাৱে বহু বাতৰি পৰিৱেশন কৰি শীঘ্ৰেই আধুনিক প্ৰস্ৰাৱগাৰ ব্যৱস্থালৈ উন্নীত কৰিবলৈ পৰামৰ্শ দাঙি ধৰা হৈছিল । কৰ্তৃপক্ষই পুৰণাটো ভাঙি নতুনকৈ এটা নিৰ্মাণৰ বাবে পদক্ষেপ ল’ব বুলি প্ৰতিশ্ৰুতি দিয়াই নহয় তাৎক্ষণিকভাৱে পুৰণাটো ভাঙি পেলোৱা হৈছিল । পিছে নতুনকৈ প্ৰস্ৰাৱগাৰ নিৰ্মাণ নহৈ এই পৰ্য্যন্ত নাজিৰা নগৰখনত ৰাজহুৱা প্ৰস্ৰাৱগাৰ শূণ্য হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত সমগ্ৰ নগৰখনেই এক ৰাইজৰ প্ৰতিকুলে থকা নিকায়ত পৰিণত হৈছে । আজি বিয়লি নাজিৰা চাৰিআলিত অৱস্থিত এক ব্যক্তিগত পেট্ৰল পাম্পত প্ৰস্ৰাৱগাৰৰ নামত থকা সামান্য সুবিধাকণ ল’বলৈ আগবাঢ়ি যোৱা এজন যুৱকক পেট্ৰল পাম্প কৰ্তৃপক্ষই ককৰ্থনা কৰি আঁতৰাই পঠায় বুলি যুৱকজনে সাংবাদিকক অৱগত কৰে ।  যুৱকজনে এই অভিযোগো তোলে যে পৌৰসভা আৰু মহকুমা প্ৰশাসন বৰ্ত্তমানে থাকিও নাগৰিকৰ মৌলিক প্ৰয়োজন উপলব্ধি কৰাত বিফল হৈছে । সেয়ে ৰাইজৰ মাজত ব্যৱসায় কৰা পেট্ৰল পাম্পত কাতৰ হৈ প্ৰস্ৰাৱগাৰৰ সুবিধা বিচাৰি যোৱাৰ সময়ত বৰঞ্চ ককৰ্থনাৰ মুখামুখি হোৱা পেট্ৰল পাম্পটোত যে দায়ৱদ্ধতা ৰক্ষা কৰি পুৰুষ আৰু মহিলাৰ সুবিধাৰ কাৰণে কোনো নিৰ্দিষ্ট প্ৰস্ৰাৱগাৰেই নাই সেই কথাও দৃষ্টিগোচৰ হয় । এই সম্পৰ্কত এটা তলা লাগি থকা প্ৰস্ৰাৱগাৰ পেট্ৰল পাম্পটোত প্ৰত্যক্ষ কৰে স্থানীয় সংবাদ কৰ্মী সকলেও ।  এনে যমৰ যাতনালৈ আতুৰ নাগৰিকক ঠেলি দি নাজিৰা পৌৰসভাই কেনেদৰে নাগৰিকৰ সমস্যা দূৰ কৰিছে সেয়া নাগৰিকৰ মনত প্ৰশ্ন জাগিছে । আনহাতে নগৰ এখনৰ মৌলিক প্ৰয়োজন পূৰণৰ দিশত নাজিৰাত মহকুমা প্ৰশাসনেও কোনো তৎপৰতা প্ৰদৰ্শন নকৰি  সঁচাকৈয়ে মানুহৰ শৰীৰৰ প্ৰাকৃতিক আহ্বানৰ দিশটোক অৱজ্ঞা কৰিছে আৰু প্ৰস্ৰাৱগাৰ বিহীন পৰিস্থিতিয়ে এই দ়ষ্টান্ত  তুলি ধৰিছে । পুৰুষ, মহিলা, ৰোগী, ব্যৱসায় বাণিজ্যত  নিযোজিত সকল নগৰলৈ অহাৰ সময়ত আতুৰ হৈ লজ্জা পৰিহাৰ কৰি বাটে-পথে প্ৰস্ৰাৱ কৰা নাজিৰা নগৰৰ সহজাত দৃশ্য হৈ পৰিছে ।
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.