নিউজ ডেক্স, ১০ ফ্ৰেব্ৰুৱাৰী ২০২৩ : শিৱসাগৰ ভটিয়াপাৰ নিবাসী, নীৰৱ নাট্য সাধক তথা শিৱসাগৰ নাট্যপীঠৰ অধ্যক্ষ প্ৰশান্ত শৰ্মাক অসমৰ নাট্য আন্দোলনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই যোৱা ৯ ফ্ৰেব্ৰুৱাৰীত আনুষ্ঠানিক ভাবে অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰে৷ শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপে কৰ্মৰত প্ৰশান্ত শৰ্মা বিগত তিনি দশক জুৰি নাট্য সংগঠনৰ লগত জড়িত আৰু অপেছাদাৰী নাট্য আন্দোলনৰ এগৰাকী অগ্ৰণী সৈনিক ৷


Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

