Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে আইচিচিয়ে; টেষ্ট ৰেংকিঙত আজিও অষ্ট্ৰেলিয়াই শীৰ্ষত
    Sports

    নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে আইচিচিয়ে; টেষ্ট ৰেংকিঙত আজিও অষ্ট্ৰেলিয়াই শীৰ্ষত

    newshuntneBy newshuntneFebruary 16, 2023Updated:February 16, 2023No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : যোৱা বুধবাৰে  আইচিচি ৰেংকিঙত প্ৰথমবাৰৰ  ভাৰত টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানলৈ উন্নীত হোৱাৰ  কথা ঘোষণা কৰা হৈছিল৷ ইয়াৰ আগতে ক্ৰিকেটৰ আন দুটা সংস্কৰণত ভাৰত এক নম্বৰ দল আছিল। অৰ্থাত্‍, ভাৰত একে সময়তে তিনিটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত উপনীত হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়।

    আইচিচিয়ে এক বিবৃতিত কয়, “২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত এক চমু কাৰিকৰী বিজুতিৰ বাবে ভাৰতক আইচিচি ৱেবছাইটত এক নম্বৰ দল হিচাপে দেখুওৱা হৈছে। এনে ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰিছো।”

    সংশোধিত ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়া এতিয়াও টেষ্ট ৰেংকিঙৰ শীৰ্ষত আছে। 

     বৰ্তমানলৈকে  দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ তিনিওটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত থকা একমাত্ৰ দল হিচাপে অভিলেখ এতিয়াও অটুত আছে৷

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনা বৰগোহাঁইৰ

    March 26, 2023

    शिवसागर जिले के नामटी में क्रिकेट प्रतियोगिता आयोजित

    February 21, 2023

    মানৱ সেৱাৰ বাবে নামতিত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা

    February 21, 2023
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.