নিউজ ডেক্স,২৬ ফ্ৰেব্ৰুৱাৰী,২০২৩: আজি দ’লবাগান আঞ্চলিক ঈদগাহ ময়দানত উদ্যাপন কৰা হয় “দ্বীনি জলছা” । দ’লবাগান আঞ্চলিক আহমদীয়া মাদ্ৰাছাৰ হাফিজ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা ছাত্ৰ সকলক আজিৰ এই অনুষ্ঠানত প্ৰদান কৰা হয় পাগুৰী। মাদ্ৰাছাৰ নতুন ভৱনৰ আধাৰশিলা উপলক্ষে দ’লবাগান আঞ্চলিকৰ অন্তৰ্গত সমূহ জামাত আৰু মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্য্যসূচীৰে আয়োজিত হয় দ্বীনি জলছা। এই অনুষ্ঠানত তিনিজন ছাত্ৰক পাগুৰি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক মাজত কেইবাটাও শিতানত অনুষ্ঠিত কৰা হয় প্ৰদৰ্শনী।বহুসংখ্যক ইছলাম ধৰ্মীয়গুৰু উপস্থিত থকা উক্ত জলছাত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :


