নিউজ ডেক্স, ০১ মাৰ্চ ২০২৩ : যোৱা ২৬ তাৰিখৰ পৰা দিখৌ নদীত সন্ধানহীন হৈ থকা শিৱসাগৰ হাঁহচৰা চাউদাং গাঁৱৰ গোপাল বৰুৱাৰ সন্ধানত SDRF বাহিনীয়ে চলোৱা অভিযান আজি সামৰণি পৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল সন্ধানহীন ব্যক্তিজনক। সন্ধানহীন ব্যক্তিজনক বিচাৰি যোৱা ২৭, ২৮ ফেব্ৰুৱাৰী আৰু আজি ১ মাৰ্চ তাৰিখত SDRFএ অভিযান চলাইছিল। শিৱসাগৰ SDRF বাহিনী সফল নোহোৱাত দিখৌ নদীত গোলাঘাট জিলাৰ পৰা আন এটা SDRFৰ দল আহি চলাইছিল অভিযান। কিন্তু সফল হব নোৱাৰিলে উদ্ধাৰকাৰী দল SDRF.
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

