নিউজ ডেক্স, ৪ জুন, ২০২৩: নাজিৰাৰ নগৰৰ নাজিৰা ৰাজহুৱা শ্মশান শান্তিবনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্মশান পৰিচালনা সমিতিৰ উদ্যোগত আজি এক গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
গছ পুলি ৰোপন কাৰ্যসূচীৰ লগতে নাজিৰাৰ ৰাজহুৱা শ্মশান শান্তিবনৰ উন্নয়নৰ ক্ষেত্ৰত লʼবলগা পদক্ষেপৰ বিষয়ে ও আলোচনা কৰা হয়।উক্ত সভাত নাজিৰাৰ শ্মশান উন্নয়ন কমিটিৰ বিষয়ববীয়া সকলৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ৰাইজে অংশগ্ৰহণ কৰে।