Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » অহা ১৪ অক্টোবৰত দেখা যাব ‘ৰিং অব ফায়াৰ’’
    Education

    অহা ১৪ অক্টোবৰত দেখা যাব ‘ৰিং অব ফায়াৰ’’

    newshuntneBy newshuntneOctober 10, 2023Updated:October 10, 2023No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজ ডেক্স, ১০ অক্টোবৰ,২০২৩ : চলিত বছৰৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ ১৪ অক্টোবৰত হ’ব ৷এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আমেৰিকাৰ অৰেগন উপকূলৰ পৰা টেক্সাছ উপসাগৰীয় উপকূললৈকে বিস্তৃত হ’ব। নাছাৰ মতে বতৰ ফৰকাল হ’লে অৰেগন, নেভাদা, ইউটা, নিউ মেক্সিকো আৰু টেক্সাছৰ লগতে কেলিফৰ্ণিয়া, আইডাহ’, ক’লৰাডো আৰু এৰিজোনাৰ কিছু অংশৰ পৰাও এই আনুলাৰ সূৰ্যগ্ৰহণ দেখা পোৱাৰ লগতে  মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰাও দৃশ্যমান হব৷আটলাণ্টিক মহাসাগৰৰ ওপৰত আৰম্ভ হ’বলগীয়া এই সূৰ্যগ্ৰহণৰ গড় সময় আমেৰিকাত ৪ৰ পৰা ৫ মিনিটৰ ভিতৰত হ’ব। এই  অগ্নি আঙঠি সদৃশ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব যদিও ভাৰতৰ লগতে আন দেশৰ মানুহে এই সূৰ্যগ্ৰহণ ঘৰৰ পৰাই নাছাৰ সম্প্ৰচাৰত  চাব পাৰিব অহা ১৪ অক্টোবৰৰ বিয়লি ৪:৩০ বজাৰ পৰা ৷গুৰুত্বপূৰ্ণ কথা যে এনে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে আবৰি ৰাখে। গতিকে পোনপটীয়াকৈ সূৰ্য্যলৈ চোৱাৰ পৰিৱৰ্তে সূৰ্যগ্ৰহণ চাবলৈ বিশেষ চকুৰ সুৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে। নাছাৰ তথ্য অনুসৰি সূৰ্যগ্ৰহণ  প্ৰত্যক্ষ কৰা এই বিশেষ চশমা সাধাৰণ চশমাতকৈ হাজাৰগুণ ক’লা আৰু এই চশমাবোৰৰ আই এছ অ’ ৰেফাৰেন্স নম্বৰ ১২৩১২-২ হ’ব লাগে।
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতিয়া

    May 12, 2024

    ডিব্ৰুগড়ৰ ডি. এইচ. এছ. কানৈ মহাবিদ্যালয়ক ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ ৰূপে ঘোষণা ৰাষ্ট্ৰসংঘৰ

    April 4, 2024

    অসম চৰকাৰৰ “বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰাৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী ডা: ৰনোজ পেগুৰ

    March 5, 2024
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.