নিউজডেক্স, ২০ জানুৱাৰী,২০২৪ :
শিৱসাগৰ জিলাৰ বকতা কৰঙা গাৱঁৰ ৰূপকুমাৰ ৰাজখোৱাৰ বাৰীত ওলাইছে ইপাহৰ পাছত সিপাহ ঢেঁকীয়াফুল ৷ মাঘ বিহুৰ ভেলাঘৰ বনাবলৈ বাঁহ কাটিবলৈ যাওঁতে দেখা পাই দুপাহ ফুল ৷ এই খৱৰ জানিব পাৰি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাত বন্দী হ’ল আৰু আন দুপাহ ঢেঁকীয়াফুল ৷ এই আপুৰুগীয়া ঢেকীয়া ফুল উদ্ধাৰ কৰি ধুপ-চাকি জ্বলাই সযতনে ৰাখিছে গৃহস্থই। এনে ঘটনাই সমগ্ৰ অঞ্চলটোতে কৌতূহলৰ সৃষ্টি কৰিছে ৷