নিউজডেক্স:৬ ফ্ৰেব্ৰুৱাৰী,২০২৪ : শিৱসাগৰ জিলাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ডিমুৱাল বিদ্যাভৱনৰ আজি ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনৰ লগত জড়িত ব্যক্তি সকলৰ উপস্থিতিত পুৱা ৯ বজাৰ পৰা দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসত
ছাত্ৰী সকলৰ সমাৰোহৰ পিছতেই পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ সমান্তৰালকৈ দিনৰ ১১ বজাত এখনি মুকলি সভা অনুস্থিত হয়। এই মুকলি সভাত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ছাত্ৰী সকলৰ সমাৰোহৰ পিছতেই পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ সমান্তৰালকৈ দিনৰ ১১ বজাত এখনি মুকলি সভা অনুস্থিত হয়। এই মুকলি সভাত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 
