Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » অহা ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন: ৪ জুনত গণনা
    National

    অহা ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন: ৪ জুনত গণনা

    newshuntneBy newshuntneMarch 16, 2024Updated:March 16, 2024No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স,১৬ মাৰ্চ,২০২৪ :নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে আজি কয় যে অহা ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন, ৪ জুনত  হ’ব গণনা  ৷
     ভাৰতত ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত ভোটদান আৰম্ভ হ’ব বুলি আজি সংবাদমেলত ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ৪ জুনত ভোট গণনাৰ অন্ত পৰিব।প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয়টো ২৬ এপ্ৰিলত,৭ মে’ত   তৃতীয় পৰ্যায়, ১৩ মে’ত  চতুৰ্থ পৰ্যায়, ২০ মে’ত পঞ্চম পৰ্যায়, ২৫ মে’ত ষষ্ঠ পৰ্যায় আৰু ১ জুনত সপ্তম পৰ্যায়ত ভোটদানৰ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।কুমাৰে কয় যে এইবাৰ মুঠ ভোটদাতাৰ পৰিমাণহ’ল ৯৬.৮ কোটি,  ইয়াৰ ভিতৰত  ৪৯.৭ কোটি লোক পুৰুষ, ৪৭.১ কোটি মহিলা, ৪৮,০০০ উভয়লিঙ্গ ভোটাৰ। এইবাৰ  বাবে ১.৮ কোটি  যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব৷
     অসমত
    প্ৰথম পৰ্যায় অৰ্থাৎ ১৯.৪.২০২৪ তাৰিখে
    তেজপুৰ
    লখিমপুৰ
    ডিব্ৰুগড়
    যোৰহাট
    কাজিৰঙা
    দ্বিতীয় পৰ্যায় অৰ্থাৎ ২৬/৪/২০২৪ তাৰিখে
    নগাঁও
    ডিফু
    কৰিমগঞ্জ
    শিলচৰ
    দৰং – উদালগুৰি আৰু তৃতীয় পৰ্যায় অৰ্থাৎ
     ৭/৫/২০২৪ তাৰিখে
    বৰপেটা
    কোকৰাঝাৰ
    ধুবুৰী
    গুৱাহাটী ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    Supreme Court seeks affidavits from three parties on Rohingya issue

    August 1, 2025

    স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেৰ পদত্যাগ

    July 21, 2025

    CISF Aims High: Record Medals and Olympic Ambitions Unveiled

    July 17, 2025
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.