নিউজডেক্স,৭এপ্ৰিল,২০২৪:অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা ৬ এপ্ৰিল তাৰিখে নাজিৰাৰ মেজেংগাত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক কেৱল পত্ৰ লিখা বিধায়ক বুলি ইতিকিং কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই কয় যে বিগত সময়ত বিৰোধী দলৰ দলপতি ৰূপে তেওঁ জনস্বাৰ্থ জড়িত বিষয়ত বহু সংখ্যক পত্ৰ মুখ্যমন্ত্ৰীলৈ লিখিছে যদিও দেশৰ প্ৰচলিত গণতান্ত্ৰিক পৰম্পৰাক নসাৎ কৰি কেৱল এখন চিঠিৰ বাদে তেওঁৰ আনবোৰ চিঠিৰ কোনো উত্তৰ দিয়া নাই মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ বিধায়কক লগ কৰিবলৈ সময় নিদিয়ে এনে কাৰ্য্যই মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰীতাকেই প্ৰকাশ কৰে বুলি কৈ দেৱব্ৰত শইকীয়াই জনস্বাৰ্থৰ খাতিৰত মুখ্যমন্ত্ৰীলৈ আৰু পত্ৰ লিখিব বুলি কয় ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই