নিউজডেক্স,১২এপ্ৰিল,২০২৪ : নাজিৰাৰ চানবছা গাওঁত আছে সাহিত্য, সংস্কৃতি চৰ্চাৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি । অঞ্চলটোৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, যাৰ ঢোলৰ চাপৰত জীপাল হৈ পৰিছিল বিভিন্ন বিহু মঞ্চ। তেখেত হৈছে ঢোলৰ ওজা ধীৰেণ কোঁৱৰ । প্ৰয়াত ধৰ্মেশ্বৰ কোঁৱৰ আৰু প্ৰয়াত কুসুম কোঁৱৰৰ কণিষ্ঠ পুত্ৰ ধীৰেণ কোঁৱৰে ১৯৬৫ চনত প্ৰয়াত তুলসী ওজাৰ ওচৰত ঢোল বাদন শিক্ষা গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত খোল, পেঁপা, বাঁহী আদি সকলো লোকবাদ্য বজোৱাত পাৰ্গত হৈ অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও আন ৰাজ্যতো ঢোল বাদন প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছিল ওজা ধীৰেণ কোঁৱৰে এককালীল সহাৰ্যৰ বাদে লাভ কৰা নাই আন একো চৰকাৰী সহাৰ্য , আনকি কেইবাবাৰো আবেদন কৰাৰ পিছতো আজিলৈকে পোৱা নাই শিল্পী পেঞ্চন৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

