নিউজডেক্স,২৩এপ্ৰিল,২০২৪ : চাকমা আৰু হাজং জনগোষ্ঠীক কোনো কাৰণতেই অৰুণাচলত নাগৰিকত্ব দিয়া নহয় আৰু “কা ” আইন প্ৰৱৰ্তন হলেও ইনাৰ লাইন পাৰ্মিট বৰ্তি থকাৰ বাবে এওঁলোকে অৰুণাচলত নাগৰিকত্ব নাপায় কিন্ত এই ৫/৬ লাখ চাকমা বা হাজং জনগোষ্ঠীৰ মানুহক অসমত নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কিৰেণ ৰিজিজুৱে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো আলোচনা কৰিছে বুলি কোৱা কথাৰ তীব্ৰ বিৰোধিতা কৰি চি পি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে এক আছুতীয়া সাক্ষাৎকাৰত আমাক কয় যে এই কাৰ্য্যক ৰাজ্যৰ সকলো লোকেই বিৰোধিতা কৰিব লাগে৷এই লোকসকলক হয়তো কা আইনৰ জৰিয়তে অসমত সংস্থাপিত কৰিব পাৰে গতিকে এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

