Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,১৫জুলাই,২০২৫:উজনি অসমৰ নগালেণ্ডৰ মন জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সৈতে সংলগ্ন চৰাইদেউ জিলাত আৰক্ষী আৰু আসাম ৰাইফালছে তীব্ৰতৰ কৰি তুলিছে আলফা বিৰোধী অভিযান। বিগত দুদিনত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানকাৰী দলে অসমৰ বিভিন্ন ঠাইৰ লগতে নগালেণ্ডৰ মন জিলাৰ পৰা আলফা (স্বাধীন)ৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰি থকা দহ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক গজানন্দ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।নিৰাপত্তা বাহিনীৰ দলে গ্ৰেপ্তাৰ কৰা আলফাৰ লিংকমেন কেইজন হৈছে ক্ৰমে কামৰূপ জিলাৰ পাণ্ডুৰ অসীম অধিকাৰী, ওদালগুৰি জিলাৰ হাৰিছিঙাৰ বলেন ডেকা, একে অঞ্চলৰ ধ্ৰুৱজ্যোতি বৈশ্য, দৰং জিলাৰ নাপ্তাপাৰাৰ ধৰ্মেন্দ্ৰ ডেকা, সোণাৰি…
নিউজডেক্স,১৫ জুলাই,২০২৫:আজি পুৱতি নিশা প্ৰায় ৪ বজাত চণ্টক বৰ মিছিং গাঁওত মণিকা মাৰাং নামৰ মহিলাগৰাকীৰ বাসগৃহত জুই লগাৰ ফলত সমগ্ৰ ঘৰটো জুইত জাহ যায়৷ উল্ল্যখ্য যে সেই সময়ত মণিকা মাৰং আৰু তেওঁৰ জীয়ৰী ঘৰটোৰ ভিতৰতে শুই আছিল যদিও দৈব্যক্ৰমে তেওঁলোক ৰক্ষা পৰে৷অগ্নিকাণ্ডৰ ফলত ঘৰটোৰ লগতে ইয়াত থকা সকলো বয় বস্তু ভস্মীভূত হয় যদিও কোনো লোক হতাহত হোৱা নাই৷ পৰিয়ালটোৱে নিশা চৌকাত জুই জ্বলাই ভালকৈ নুনুমোৱাৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ আনহাতে ঘৰ জ্বলি শেষ হোৱাৰ পাছতহে উক্ত স্থানত ফায়াৰব্ৰিগেদ গৈ পাইছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷
নিউজডেক্স,১৪জুলাই,২০২৫:শিৱসাগৰ হাঁহচৰা চাউদাং পথাৰত কৃষকে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷পানীৰ অভাৱত কৃষিকাৰ্য্য কৰাত বহু অসুবিধাৰ সন্মুখীত হৈছে ৰাইজ৷ বহুদিন ধৰি বৰষুণ নোহোৱাত পথাৰত ছিৰাল ফাঁট দিছে৷ জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও কাৰ্যক্ষম নহয় ১নং গভীৰ নলীনাদ প্ৰকল্প। জলসিঞ্চনৰ পানী ওলোৱা স্থান দখল কৰিছে গছ হাবি-বনে। বগাহাতীত পৰিণত হোৱা হাঁহচৰাৰ প্ৰতিটো জলসিঞ্চন প্ৰকল্পত নাই পানীৰ ব্যৱস্থা।আছে গৰু নাবাই হাল তাতোকৈ নথকাই ভাল, এই অসমীয়া খণ্ড বাক্যশাৰী আখৰে আখৰে প্ৰতিফলিত হৈছে শিৱসাগৰৰ হাঁহচৰাত। শাওন মাহ সমাগত; যি সময়ত কৃষকৰ ব্যস্ততাত পথাৰ ভৰি পৰিব লাগে সেই সময়ত আজি পথাৰ কৃষক শূন্য হৈ পৰা পৰিলক্ষিত হৈছে।এই অঞ্চলত শিৱসাগৰ জলসিঞ্চন বিভাগৰ ফালৰ পৰা বহুদিন পূৰ্বেই কেইবাটাও…
নিউজডেক্স,১২জুলাই,২০২৫: চৰাইদেউ জিলাৰ বিভিন্ন প্রান্তত আলফা (স্বা)ৰ বিৰুদ্ধে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। আলফা (স্বা) ৰ কাৰ্যকলাপৰ ওপৰত চোকা নজৰ ৰাখিছে আৰক্ষী প্রশাসনে। শেহতীয়াকৈ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা চৰাইদেউ আৰক্ষী প্রশাসনে আলফাৰ লিংকমেন আটক কৰাৰ মাজতে স্বপ্ননীল বৰপাত্ৰ গোহাঁই নামৰ এজন যুৱকক শিৱসাগৰ নগৰৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত চৰাইদেউ আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি এই সন্দৰ্ভত চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ ২০/২৫ নম্বৰৰ এটা গোচৰৰ ভিত্তিত যুৱকজনক আটক কৰে। যুৱকজনক আজি আৰক্ষীয়ে চৰাইদেউ জিলাৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ অন্তত পুনৰ তিনিদিনৰ বাবে নিজৰ জিম্মাত লয়। সম্প্ৰতি মথুৰাপুৰ আৰক্ষী থানাত অভিযুক্ত যুৱক জনক ৰখা হৈছে।
নিউজডেক্স,১১জুলাই,২০২৫ :দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱন কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ নিত্য ব্যৱহাৰ্য প্ৰতিটো খাদ্য সামগ্ৰীতেই বিভিন্ন ধৰণৰ মৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে ৷ উদাহৰণস্বৰূপে আমাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ৰাতিপুৱা শুই উঠাৰ পৰাই দিনটোত কেইবাবাৰো খোৱা ” চাহপানী”টোপাৰ কথাই কব পাৰি৷ ৭৬৫ খন বৃহৎ আৰু প্ৰায় এক লাখৰো অধিক মজলীয়া তথা সৰু সৰু চাহ বাগান থকা আমাৰ অসমে বছৰি প্ৰায় ৫৭০ মিলিয়ন কিলোগ্ৰামতকৈও বেছি চাহপাত উৎপাদন কৰে ৷ চাহ গছৰ অধিক উৎপাদনশীলতাৰ…
নাজিৰাত জনতাৰ বাবে নাই পাব্লিক টয়লেট , অৱশেষত নাজিৰা থানাত নিৰ্মাণ কৰা হ’ল ৰাজহুৱা প্ৰস্ৰাৱগাৰ : প্ৰস্ৰাবগাৰ ব্যৱহাৰৰ বাবে থানালৈ যাবনো কোন
নিউজডেক্স,১০জুলাই,২০২৫ :নাজিৰা নগৰত এটা পাব্লিক টয়লেট নোহোৱাৰ বাবে ভূক্তভোগীৰ সমস্যা কিমান ইয়াক উপলব্ধি কৰিবলৈ যেন কাৰোৰে আহৰি নাই । বিকল্প চিন্তা অবিহনে বহুবছৰৰ আগতে নগৰখনৰ ৫ নং ৱাৰ্ডৰ টকৌ আলি আৰু ধোদৰ আলি সংযোগী পথ তথা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদৰ কাষত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো কৰ্তৃপক্ষই ভাঙি পেলোৱাৰ পিছত বৰ্তমান নগৰখনত এটাও ৰাজহুৱা প্ৰস্ৰাৱাগাৰ নাই । উল্লেখিত ৰাজহুৱা প্ৰস্ৰাৱগাৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ উন্নতি কল্পে ৰাইজে প্ৰশাসনক শীঘ্ৰেই আধুনিক প্ৰস্ৰাৱগাৰলৈ উন্নীত কৰিবৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছিল আৰু কৰ্তৃপক্ষই পুৰণাটো ভাঙি নতুনকৈ এটা আধুনিক প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে পদক্ষেপ ল’ব বুলি প্ৰতিশ্ৰুতি দি তাৎক্ষণিকভাৱে পুৰণাটো ভাঙি পেলাইছিল যদিও আজিও ৰাইজৰ সুবিধা হোৱাকৈ নতুনকৈ প্ৰস্ৰাৱগাৰ…
Newsdesk,9July,2025:Charaideo district police have arrested four ULFA linkmen from different parts of the district in the last 24 hours. The arrested linkmen are Rahul Mohan from Maudumoni village, Balin Baruah from Borbam village, Bitul Baruah from Lengibor village, and Manik Amang from Lawa Namchai village in Sivasagar district.Charaideo District Superintendent of Police Surajit Singh Panesar confirmed the arrest to the media. The arrested linkmen were found in possession of ULFA (Independent) writing pads and some incriminating documents. They are currently being held at Mathurapur police station in Charaideo district and are undergoing interrogation.
Slow Construction of RCC Culvert of Singhadwar’s B.G. Road Causes Inconvenience to Commuters :Authorities Remain Silent
Newsdesk,8July,2025:The slow construction of the RCC culvert on B.G. Road at the junction of Changmai and Gohain villages in Singhadwar, Hanhchara of Sivasagar district, has disrupted the daily life of the public and caused immense inconvenience. The temporary diversion road constructed alongside is also slippery and uneven, making it very difficult for vehicles and pedestrians to navigate during rainfall. The B.G. Road, also known as the Sivasagar-Nazira Road, is one of the busiest roads in Sivasagar district, with thousands of vehicles plying on it daily. However, the administration and the Public Works Department seem to be indifferent to the issue.…
Newsdesk,2July,2025:A large number of families of the ward No-9 of Borguri village panchayat under Sapekhati mouza in Sonari Assembly constituency of Charaideo district, located on the Assam-Arunachal border, are still deprived of electricity services, despite repeated complaints.Although the Assam government has declared that it will provide electricity services to every household, a section of people are still without electricity. Meanwhile, the Modi Tea & Industries Pvt Ltd company has failed to provide electricity to its workers, causing hardship to students and laborers alike.
The Pathetic State of Nazira’s Historic Dhodar Ali Road: Weak Role of Ruling and Opposition Parties
Newsdesk,30June,2025 : The current state of the main roads of Nazira is very deplorable. The historic Dhodar Ali road, which is the only main road of Nazira has been in a dilapidated condition for a long time, reflecting the lack of effort from the people’s representatives to address the public’s suffering.Despite being a constituency rich in natural resources like stone, coal, and oil, and having institutions like ONGC, the development in the area is negligible. The assurances given by the departmental authorities after protests and agitations by various organizations have proven to be hollow.The construction work on Nazira’s historic Naga…

