নিউজ ডেক্স,১৫ জানুৱাৰী,২০২৩ : আজি বাংগালোৰস্থ গোবিন্দস্বামী পেৰেড গ্ৰাউণ্ডত সেনা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানটোত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত আছিল। এইবাৰ সেনা দিৱসৰ বিষয়বস্তু হৈছে ‘ৰক্তদান কৰক – জীৱন ৰক্ষা কৰক’। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত সেনা দিৱস উদযাপন কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক সেনা দিৱস উপলক্ষে সেনা
জোৱান, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন ভাৰতীয়ই সেনাবাহিনীক লৈ গৌৰৱান্বিত। আমি আমাৰ সৈনিকসকলৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। সৈন্যসকলে সদায় দেশখন সুৰক্ষিত ৰাখিছে।
Breaking News
- শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সহাৰ্য,শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना

