নিউজ ডেক্স, ১৮ জানুৱাৰী ২০২৩ : নাজিৰা লক্ষ্মীজানৰ ৰজাভেটাত সঘনে হৈ থকা অবৈধ শিল খনন কাৰ্য্যৰ তীব্ৰ বিৰুধিতা কৰি আজি আদিবাসী ছাত্ৰ-সন্ত্ৰা নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিহুবৰ বাহবাৰী ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাকাৰী সকলে লক্ষ্মীজান ৰজাভেটাৰ অবৈধ শিল খনন বন্ধ কৰাৰ লগতে দখলীকৃত ভূমিত পট্টা প্ৰদানৰ দাবীত প্লে কাৰ্ট হাতত লৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। অভিযোগ অনুসৰি জানুৱাৰি মাহৰ ৪ তাৰিখৰ পৰাই এই লক্ষ্মীজানৰ ৰজাভেটা স্থানত অবৈধ শিল খনন কাৰ্য্য চলি আহিছে, কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয় যে দিনে ৰাতিয়ে খনন কাৰ্য্য হৈ থকাৰ অভিযোগ পোৱাৰ পিছতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় মহকমু তথা জিলা প্ৰশাসন। ৰাইজৰ অভিযোগ অনুসৰি বৃহৎতৰ বিহুবৰ অঞ্চলত স্থানীয় ৰাইজৰ ভোগ দখলত থকা মাটিত খনন কাৰ্য্য চলাই থকা হৈছে যদিও আজিলৈকে ৰাইজে লাভ কৰা নাই ক্ষতিপূৰণ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

