নিউজ ডেস্ক,৩০ জানুৱাৰী,২০২৩ : আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে যে, ডিব্ৰুগড়ত ৰাজ্যখনৰ দ্বিতীয়টো মুখ্যমন্ত্ৰী কাৰ্যালয় নিৰ্মাণ হোৱাৰ লগতে তেজপুৰত নতুনকৈ ৰাজভৱন স্থাপন কৰা হ’ব আৰু অসমৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ কাৰ্যালয় সমূহ জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ সলনি কৰা সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে জনোৱাৰ উপৰিও ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত থকা খেলপথাৰখন ৰাজ্যিক পুলিচ ক্ৰীড়া কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হ’ব বুলি তেখেতে অৱগত কৰে । 
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

