নিউজ ডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী , ২০২৩ : নাজিৰাৰ মদিনাতুল উলুম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে ছৱাহী মুক্তৱৰ ২০২৩ বৰ্ষৰ চূড়ান্ত পৰীক্ষা। প্ৰায় ৫৩ জন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজিত পৰীক্ষাটিৰ জৰিয়তে ছৱাহী মুক্তাৱৰ প্ৰকৃত শিক্ষা দিবলৈ চেষ্টা কৰাৰ লগতে মুছলমান সমাজৰ ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যতৰ দিনত নিজকে সমাজত এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আৰু এজন প্ৰকৃত ভাৰতীয় হিচাপে থাকিবলৈ শিক্ষা প্ৰদান কৰা হৈছে। সমাজত দেখা দিয়া বিভিন্ন সমস্যা যেনে ড্ৰাগছ, মাদক দ্ৰৱ্যৰ লগতে নিচাজাতীয় সামগ্ৰীৰ অপকাৰিতাৰ পৰা নিজকে ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ এৰাই চলি এখন সুস্থ সমাজ গঢ়াত অৱদান আগবঢ়াব ইত্যাদি কিছুমান দিশৰ ওপৰত আলোকপাত কৰি এই পৰীক্ষাটি অনুষ্ঠিত কৰা হয়। বিগত দুটাকৈ বছৰত কভিড সৃষ্ট পৰিৱেশে ত্ৰাসৰ সৃষ্টি কৰাৰ পৰা পৰীক্ষা সমূহ যদিও অনুষ্ঠিত কৰিব পৰা নগৈছিল কিন্তু বৰ্তমানৰ সুস্থ পৰিৱেশ ঘুৰি অহাত এই পৰীক্ষাটি সুন্দৰকৈ অনুষ্ঠিত হৈ যায়।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

