Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নাজিৰা মহকুমা প্ৰশাসনৰ প্ৰজেক্ট – SHARP শীৰ্ষক অভিযানৰ শুভ উদ্ধোধন : ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী – গেলেকী গঢ়াৰ অভিযান
    Environment

    নাজিৰা মহকুমা প্ৰশাসনৰ প্ৰজেক্ট – SHARP শীৰ্ষক অভিযানৰ শুভ উদ্ধোধন : ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী – গেলেকী গঢ়াৰ অভিযান

    newshuntneBy newshuntneFebruary 27, 2023No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজ ডেক্স,২৭ ফেব্ৰুৱাৰী, ২০২৩: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অঞ্চলক প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে আজি গেলেকী হাইস্কুল খেলপথাৰত প্ৰজেক্ট – SHARP ( STUDENTS HOLISTIC APPROACH TO REDUCE POLLUTION) শীৰ্ষক যুগান্তকাৰী পদক্ষেপৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে  কয় যে, ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতা তথা পৰিৱেশ পৰিস্কাৰ, প্ৰদূষণ মুক্ত কৰি ৰখাৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যৰে প্ৰজেক্ট – SHARP হাতত লোৱা হৈছে।” ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী গেলেকী – মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ হ’বলগীয়া এই অভিযান পৰৱৰ্তী সময়ত নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত হাতত লোৱা হব। তদুপৰি নিৰ্বাচিত বিদ্যালয় সমূহে পুষ্টিকৰ বাগিচা, গছ ৰোপণ আদি কাৰ্যসূচী হাতত লব লাগিব।  তেখেতে উল্লেখ কৰে যে ছাত্ৰ ছাত্ৰী সকলৰ বাবে সময়ে সময়ে শিশু – সভাৰ আয়োজন কৰা হ’ব। মহকুমাধিপতি আয়ুষী জৈনৰ পৰিকল্পনা অনুসৰি ৰূপায়ন হ’বলগীয়া এই অভিযানৰ অধীনত গেলেকীস্থিত ১৩খন চৰকাৰী আৰু ৫ খন ব্যক্তিগত বিদ্যালয় নিৰ্বাচন কৰা হৈছে।  সংশ্লিষ্ট বিদ্যালয় সমূহৰ পৰা প্ৰত্যেক শ্ৰেণীৰ একোজন ছাত্ৰ তথা ছাত্ৰীক cleanliness ambassador লগতে প্ৰত্যেক বিদ্যালয়ৰ পৰা একোজন শিক্ষকক cleanliness officer হিচাপে নিৰ্বাচন কৰা হৈছে।  নিৰ্বাচিত ছাত্ৰ ছাত্ৰী সকলে নিজৰ ঘৰৰ লগতে ওচৰৰ পাঁচটাকৈ পৰিয়ালৰ ঘৰৰ পৰা প্লাষ্টিক আৱৰ্জনা সমূহ সংগ্ৰহ কৰি নিজ নিজ বিদ্যালয়ৰ cleanliness officerক প্ৰদান কৰিব। আৱৰ্জনা সমূহ বিদ্যালয় সমূহৰ পৰা সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনৰ সহযোগত নিৰ্দিষ্ট স্থানত নিষ্কাষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব।
    উল্লেখ্য যে, নিৰ্বাচিত ১৮ খন বিদ্যালয়ৰ মাজৰ পৰা পৰিৱেশ প্ৰদূষণ মুক্ত কৰাত অধিক যোগদান আগবঢ়োৱা ছাত্ৰ – ছাত্ৰীক স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হব। এই অনুষ্ঠানত নাজিৰা খণ্ড উন্নয়ন বিষয়া তন্ময় চেটিয়া, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈ, ন-পাম বাৰুৱতি পঞ্চায়তৰ সভানেত্ৰী, বন বন্ধু তথা নাজিৰা নিৰ্বাচনী জিলাৰ অম্বেছাদৰ নীৰণ গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী সকল, মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল, গেলেকী ব্যৱসায় সন্থাৰ প্ৰতিনিধি সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    দশম শ্ৰেণীৰ লৈকে পঢ়া কৃষকৰ উদ্ভাৱনে সহায় কৰিছে বিশ্বৰ সহস্ৰাধিক কৃষকক

    October 11, 2023

    AASAA stages demonstration against illegal stone quarrying at Lakshmijan Rajabheta

    January 19, 2023

    নাজিৰাৰ লক্ষ্মীজান ৰজাভেটাত অবৈধ শিল খনন কাৰ্য্য শীঘ্ৰে বন্ধ কৰাৰ লগতে ভূমি পট্টনৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী

    January 18, 2023
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.