নিউজ ডেক্স, ২১ এপ্ৰিল ২০২৩ : এমাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰি আহিছে ৰোজা ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজা বা উপবাসৰ অন্তত কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ-উল-ফিটৰ। ২০ এপ্ৰিলত ছৌদি আৰৱত ঈদৰ জোন দেখাৰ পিছত আজি ছৌদি আৰৱত পালন কৰা হ’য় ঈদ-উল-ফিটৰ। শনিবাৰে আমাৰ দেশত পালন কৰা হ’ব ঈদ। ঈদত সকলোৱে আনন্দ উত্সৱত ভাগ লয় । দৰিদ্ৰসকলেও ঈদৰ আনন্দ উপভোগ কৰাৰ সুবিধাৰ্থে ফিতৰা আৰু জাকাত দিয়া প্ৰথা প্ৰচলিত আছে ইছলাম ধৰ্মীয়লোকসকলৰ মাজত৷ ঈদৰ নামাজৰ পূৰ্বে এই ফিতৰা আৰু জাকাত দি আদায় কৰিব লাগে।বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে ত্যাগ আৰু ভাতৃত্ববোধৰ বানী বিলাই উদযাপন কৰিব পবিত্ৰ ঈদ-উল ফিটৰ ।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

