নিউজ ডেক্স, ২১ এপ্ৰিল ২০২৩ : এমাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰি আহিছে ৰোজা ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজা বা উপবাসৰ অন্তত কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ-উল-ফিটৰ। ২০ এপ্ৰিলত ছৌদি আৰৱত ঈদৰ জোন দেখাৰ পিছত আজি ছৌদি আৰৱত পালন কৰা হ’য় ঈদ-উল-ফিটৰ। শনিবাৰে আমাৰ দেশত পালন কৰা হ’ব ঈদ। ঈদত সকলোৱে আনন্দ উত্সৱত ভাগ লয় । দৰিদ্ৰসকলেও ঈদৰ আনন্দ উপভোগ কৰাৰ সুবিধাৰ্থে ফিতৰা আৰু জাকাত দিয়া প্ৰথা প্ৰচলিত আছে ইছলাম ধৰ্মীয়লোকসকলৰ মাজত৷ ঈদৰ নামাজৰ পূৰ্বে এই ফিতৰা আৰু জাকাত দি আদায় কৰিব লাগে।বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে ত্যাগ আৰু ভাতৃত্ববোধৰ বানী বিলাই উদযাপন কৰিব পবিত্ৰ ঈদ-উল ফিটৰ ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

