Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নাজিৰাৰ মেজেঙ্গাস্থিত চেইন্ট পিটাৰ্চ বিদ্যালয়ত চিত্ৰকলা – হস্তকলা আৰু বিজ্ঞান প্ৰদৰ্শনী
    Education

    নাজিৰাৰ মেজেঙ্গাস্থিত চেইন্ট পিটাৰ্চ বিদ্যালয়ত চিত্ৰকলা – হস্তকলা আৰু বিজ্ঞান প্ৰদৰ্শনী

    newshuntneBy newshuntneJanuary 12, 2024No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    নিউজডেক্স,১২ জানুৱাৰী,২০২৪ :নাজিৰাৰ মেজেঙ্গাস্থিত ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান চেইন্ট পিটাৰ্চ বিদ্যালয়ত আজি ছাত্ৰ – ছাত্ৰী সকলৰ দ্বাৰা চিত্ৰকলা , হস্তকলা আৰু বিজ্ঞানৰ প্ৰদৰ্শনী আয়োজন কৰা হয়। দ্বিতীয় বাৰৰ বাবে আয়োজিত এই প্ৰদৰ্শনীত ছাত্ৰ – ছাত্ৰী সকলৰ হাতৰ পৰশত উদ্ভাৱিত হোৱা বিজ্ঞান প্ৰদৰ্শনীত প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰী,চিত্ৰকলাত প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰী আৰু হস্তকলাত  প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিজয়ী হোৱা ছাত্ৰ – ছাত্ৰীসকলৰ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হ’ব পুৰস্কাৰ।এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ – ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ লগতে মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে ।

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতিয়া

    May 12, 2024

    ডিব্ৰুগড়ৰ ডি. এইচ. এছ. কানৈ মহাবিদ্যালয়ক ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ ৰূপে ঘোষণা ৰাষ্ট্ৰসংঘৰ

    April 4, 2024

    অসম চৰকাৰৰ “বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰাৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী ডা: ৰনোজ পেগুৰ

    March 5, 2024
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.