Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

ইউনিচেফ ইণ্ডিয়াৰ উদ্যোগত উত্তৰাখণ্ডৰ ডেৰাদুনত সৰ্বভাৰতীয় পৰ্যায়ৰ সংবাদ মাধ্যম , ছাত্ৰ-ছাত্ৰীসকলৰ সমালোচনাত্মক মূল্যায়ন দক্ষতা কৰ্মশালা ৷ ডেৰাদুন, ২৯ অক্টোবৰ – ২৮ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ উত্তৰাখণ্ডৰ ডেৰাদুন আয়োজন কৰা প্ৰমাণভিত্তিক স্বাস্থ্য সাংবাদিকতাৰ ওপৰত অনুষ্ঠিত দুখন কৰ্মশালাত সমগ্ৰ ভাৰতৰ ১৫০ জনতকৈ অধিক সংবাদ মাধ্যম আৰু ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনলাইনযোগে এই কৰ্মশালাত যোগদান কৰা ইউনিচেফ ইণ্ডিয়াৰ যোগাযোগ, এডভোকেচি আৰু পাৰ্টনাৰশ্বিপৰ মুৰব্বী জাফ্ৰিন চৌধুৰীয়ে কয় যে, ‘ভ্ৰান্ত তথ্যই হয়তো ক’ৰোনাতকৈ অধিক সংক্ৰামক একমাত্ৰ বস্তু। ই দ্ৰুতগতিত বিয়পি পৰে আৰু জনস্বাস্থ্য সুৰক্ষাৰ প্ৰতি অচিৰেই ভাবুকিৰ সৃষ্টি কৰে।” ৩৬০ ডিগ্ৰী বিজ্ঞানভিত্তিক যোগাযোগৰ সামগ্ৰিক আখ্যান গঢ়ি তোলাত আৰু যিকোনো ভুল তথ্য প্ৰতিহত কৰিবলৈ সংবাদ মাধ্যমৰ সামৰ্থ্য…

Read More

নাৰীক সন্মান কৰিবলৈ শিকক ! কিন্তু কিয় বুলি যদি ভাবিছে তেনেহলে হিমাংশু প্ৰসাদ দাসৰ মুক্তিৰ অপেক্ষাত থকা BULU FLIM চিনেমা খন চাওক৷ ৯ ছেপ্তেম্বৰত অসমৰ প্ৰতিটো ছবি গৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া কথাছবি BULU FLIM । নাজিৰাত চিনেমাখনৰ প্ৰচাৰত ব্যস্ত পৰিচালক। অহা ৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব BULU FLIM নামৰ নতুন অসমীয়া কথাছবি খনে৷ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া চিনেমাখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে BULU FLIM কথাছবি খনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে ছবি খনত জড়িত কলা কৌশলী সকল৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰাতো ছবি খনৰ প্ৰচাৰৰ বাবে কালি উপস্থিত হয়হি ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। নাজিৰা নাট্যমন্দিৰ,নাজিৰা…

Read More

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অনুমোদিত জিলা সমাজ কল্যাণ বিভাগ শিৱসাগৰৰ তত্ত্বাৱধানত “সখী একক অৱস্থান কেন্দ্ৰ”ৰ আজি আধাৰ শিলা স্থাপন কৰা হয়৷ শিৱসাগৰ জিলাৰ জয়সাগৰতস্থাপন হোৱা উক্ত কেন্দ্ৰটিৰ আধাৰশিলা কৰে শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া জ্যোতি বিকাশ দত্তই ৷ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু একক অৱস্থান কেন্দ্ৰৰ কৰ্মচাৰী সকল উপস্থিত থাকে৷ মহিলা সকলৰ সুৰক্ষাৰ বাবেই এই সখী একক অৱস্থান কেন্দ্ৰ স্থাপন কৰিছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ৷ ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক মহিলা সকলে নিৰ্যাতিতা বুলি অনুভৱ কৰিলে এই কেন্দ্ৰই সহায় কৰিব, যৌতুক সংক্ৰান্তীয় বিষয়, নাবালিকা বা মহিলাই অসহায় অনুভৱ কৰিলে , মাহিলাৰ…

Read More

হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই… আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ’ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা। দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে। শনিবাৰে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীত হাতত ত্ৰিৰংগা লৈ সমদলেৰে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে।

Read More

ভাৰতে মালয়েছিয়াক বিক্ৰী কৰিব ১৮ খনকৈ যুঁজাৰু বিমান ! নাজিৰা 6 আগষ্ট: মালয়েছিয়াক ১৮ খন লাইট কমবেট এয়াৰক্ৰাফ্ট (LCA) “তেজছ” বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছে ভাৰতে। প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰে যোৱা বছৰ চৰকাৰৰ মালিকানাধীন হিন্দুস্তান এৰোনটিক্স লিমিটেডক এটা ডাঙৰ চুক্তি দিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ু সেনাৰ বাবে ৮৩ খন তেজছ লাইট কমবেট এয়াৰক্ৰাফ্ট ক্ৰয় কৰাৰ বাবে যোৱা বছৰ ফেব্ৰুৱাৰীত এইচএএলৰ সৈতে ৪৮,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল। এইচ.এ.এল.-য়ে ২০২৩ চনৰ পৰা এই বিমানসমূহৰ বিতৰণ আৰম্ভ কৰিব লাগিব।তেজস এখন বিশেষ বিমান। কিন্তু ইয়াৰ কিছুমান প্ৰত্যাহ্বান আছে। এবাৰ ভাৰতীয় নৌসেনাই ইয়াক অতি গধুৰ বিমান হোৱাৰ বাবে প্ৰত্যাখ্যান কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সংসদক…

Read More

ছিকিমত দুৰ্ঘটনাগ্ৰস্ত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয় নাজিৰা,৬ আগষ্ট: আজি পুৱা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ কনভয় এক দুৰ্ঘটনাত পতিত হয়। ছিকিমৰ গেংটকৰ পৰা বাগডোগ্ৰা বিমানবন্দৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। ৰাণীপলত এখন ডাম্পাৰৰ সৈতে পাইলট গাড়ীখনৰ সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনাটো ঘটে। দুৰ্ঘটনাটোত ৰোষণ নামৰ চালকজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ডাঃ নুমল মমিনে টুইটযোগে কয়, ‘আজি পুৱা প্ৰায় ৬.৪৫ বজাত আমাৰ পাইলট গাড়ীখনে বাগডোগ্ৰা বিমানবন্দৰলৈ যোৱাৰ পথত এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে’। এই দুৰ্ঘটনাটোত পাইট গাড়ীখনৰ চালকজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱা বুলি উল্লেখ কৰি তেওঁ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে…

Read More

কমনৱেল্থ গেইমছৰ পেৰা পাৱাৰ লিফ্টিঙত স্বৰ্ণ আৰু লং জাম্পত ৰূপৰ পদক ভাৰতৰ I নাজিৰা ৫ আগষ্ট: লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে দ্বিতীয় ভাৰতীয় এথলীট হিচাপে এই ইভেণ্টত আঁজুৰি আনিলে পদক। লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে দ্বিতীয় ভাৰতীয় এথলীট হিচাপে এই ইভেণ্টত আঁজুৰি আনিলে পদক। ভাৰতৰ সুধীৰে কমনৱেল্থ গেমছত পেৰা পাৱাৰ লিফ্টিং ইভেণ্টত পুৰুষ হেভিৱেট ফাইনেলত নতুন অভিলেখৰ সৈতে স্বৰ্ণপদক লাভ কৰিছে। লগে লগে ইতিহাস ৰচনা কৰিলে তেওঁ। সুধীৰে কমনৱেল্থ গেমছত পেৰা পাৱাৰ লিফ্টিং ইভেণ্টত স্বৰ্ণপদক জয়ী প্ৰথমগৰাকী এথলীট। আনহাতে, লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে…

Read More

SAYED KHAIRUL HASSAN বৰ্তমান দুৰন্ত গতিত সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰা ছ’চিয়েল মিডিয়া তথা সামাজিক মাধ্যমে সাংবাদিকতাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন অনা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ  মুঠ জনসংখ্যাৰ ৪৭ শতাংশৰো অধিক লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু এই লোকসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগতে জনমত গঠনৰ ক্ষেত্ৰতো ই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ বৰ্তমান বৃহৎ পুঁজিপতি গোষ্ঠীৰ দ্বাৰা স্ব আৰোপিত নিৰ্দ্দেশনাৰ ভিত্তিত প্ৰচাৰিত এক বিশেষ ধাৰণাৰ পৰম্পৰাগত সংবাদ মাধ্যমৰ বিপৰীতে সামাজিক মাধ্যমৰ জড়িয়তে এক স্বতন্ত্ৰ, মুক্ত সাংবাদিকতাই গঢ় লৈ উঠাৰ সময়ত সৃজনশীল আৰু গঠনমূলক মানসিকতাৰে ছাইৰ মাজতো ফিৰিঙতিৰ সন্ধাানত ,নেতিবাচক বাতৰিৰ মাজতো ইতিবাচক…

Read More

চৰকাৰী তথ্যানুসৰি দেশৰ ১১.৪০ লাখ লোক মাৰাত্মক কোকেইনৰ ৰাগীত আসক্ত : ২০ লাখ নাবালকে সেৱন কৰে গাঞ্জা৷ নাজিৰা, ৫ আগষ্ট :- মাদক দ্ৰব্যৰ বিৰুদ্ধে দেশত ব্যাপক অভিযান চলাই থকাৰ সময়ছোৱাতেই সংসদৰ বৰ্ষাকালীন অধিৱেশনত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বহুলোক এতিয়া বিভিন্ন মাদক দ্ৰব্যত আসক্ত হৈছে৷ যি সময়ত চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আছে, তেনে সময়তে কোটি কোটি লোক বিভিন্ন মাদক দ্ৰব্যৰ সেৱনত লিপ্ত হৈছে৷ বিভিন্ন মাদক দ্ৰব্যৰ সেৱনত এতিয়া শিশুসকলো নামি পৰিছে৷ নিজৰ ভৱিষ্যতক বিপদৰ মুখ্যলৈ ঠেলি লাখ লাখ শিশু এতিয়া দিনে-নিশাই মাদক দ্ৰব্যৰ সেৱনত লিপ্ত হৈ পৰিছে৷ দেশৰ কমেও ২০ লাখ নাবালকে সেৱন কৰে গাঁজাৰ দৰে মাদক…

Read More

नाजिरा में न्यूज हंट वेब पोर्टल का शुभारंभ। आधुनिक सूचना प्रौद्योगिकी के साथ आज नाजिरा के संवाद जगत में न्यूज हंट नामक वेब पोर्टल का औपचारिक रूप से शुभारंभ किया गया। नाजिरा के एम सी क्लब में आयोजित उद्घाटन समारोह में क्षेत्र से जुड़े प्रशासनिक, सामाजिक, बौद्धिक एवं राजनैतिक क्षेत्र से जुड़े गणमान्य लोगो सहित मीडिया कर्मी उपस्थित थे । इस अवसर पर न्यूज हंट वेब पोर्टल की ओर से हाल ही में घोषित मैट्रिक एवं हायर सेकंडरी परीक्षा में उत्तीर्ण मेधावियों का अभिनंदन किया गया। उल्लेखनीय है कि इस पोर्टल पर असमिया भाषा के साथ ही हिन्दी एवं अंग्रेजी…

Read More