Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
Shiva Gogoi,NAZIRA, July 23: The Tai Ahom Development Council (TADC), led by Mayur Borgohain as the chairman, has taken a slew of measures for overall welfare of the Ahom community, including funding of conservation of Ahom-era monuments across Assam, scholarships for students learning the Tai language and coaching for students preparing for UPSC and APSC examinations. “Though most of the ‘moidam’s are located in Sivasagar and Charaideo districts, the TADC has taken steps for conservation of over 100 ‘moidam’s in different parts of the State,” Borgohain said after performing the ‘lai khuta’ (main post) installation ceremony of…
নিউজডেক্স, ২২ জুলাই, ২০২৫: সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা সমজিলাতো আগন্তুক স্বাধীনতা দিৱস শান্তিপূৰ্ণ তথা সফলভাৱে উদযাপন কৰাৰ উদ্দেশ্যৰে আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত কৰা হয়। সমজিলা আয়ুক্ত শ্ৰীযুতা কণিকাৰ পৌৰহিত্যত আয়োজিত এই বৈঠকত আগন্তুক স্বাধীনতা দিৱস সূচাৰুৰূপে উদযাপন কৰাৰ লক্ষ্যৰে বিভাগীয় দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিতং ভাবে আলোচনা কৰা হয়। বৈঠকত সুৰক্ষা তথা নিৰাপত্তা বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত পৰিবেশন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কেও আলোচনা কৰা হয়। তদুপৰি, স্বাধীনতা দিৱসৰ পূৰ্বে চৰকাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলক নিজ নিজ কাৰ্যালয়ৰ স্বচ্ছতাৰ লগতে সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈও আহ্বান জনায়। সমজিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট…
নিউজডেক্স,২২জুলাই ,২০২৫:বৰ্তমান ৰাজ্য চৰকাৰে অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে নাজিৰা চহৰৰ মাজমজিয়াত অৱস্থিত চৰকাৰী চিকিৎসালয়ৰ ভূমি বেদখল কৰি থকা এগৰাকী মহিলাৰ আবেদন গুৱাহাটী উচ্চন্যায়ালয়ে বহু বছৰৰ আগতে নাকচ কৰাৰ পিছতো প্ৰায় দুই দশকৰ অধিক কাল ধৰি এই বিষয়টোৰ সুমিমাংসা কৰাত ব্যৰ্থ হৈছে চিকিৎসালয় কৰ্তৃপক্ষ তথা প্ৰশাসন৷উল্লেখ্য যে নাজিৰা নগৰৰ সোঁমাজত থকা এই চৰকাৰী সহাৰ্যপ্ৰাপ্ত ৰাজ্যিক চিকিৎসালয় খনলৈ চিকিৎসাজনিত কাৰণত নগৰখনৰ লগতে উপকণ্ঠীয় অঞ্চলৰ লোকৰ আগমণ ঘটে আৰু ইয়াক এক পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী উণ্থাপন কৰি আহিছে৷এই চিকিৎসালয়ৰ চৌহদত প্ৰয়োজনীয় ভৱন নিৰ্মাণ কৰি ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব পৰাৰ থল আছে যদিও চিকিৎসালয় খনৰ ভূমি আনক বেদখল কৰিবলৈ এৰি…
নিউজডেক্স,২১জুলাই,২০২৫:ভাৰতৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি সন্ধিয়া স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰে৷৭৪ বছৰীয়া উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি, তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো।’- বুলি উল্লেখ কৰে৷পদত্যাগ পত্ৰত ধনখৰে ৰাষ্ট্ৰপতিগৰাকীৰ “অকুণ্ঠ সমৰ্থন”ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ কৰ্ম সম্পৰ্কক “প্ৰশান্তিদায়ক আৰু আচৰিত” বুলি অভিহিত কৰাৰ লগতে উপ-ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যকালৰ কথা স্মৰণ কৰি তেওঁ লিখিছে যে সকলো সন্মানীয় সাংসদৰ পৰা তেখেতে যি আস্থা আৰু মৰম পাইছিল, সেয়া তেখেতৰ বাবে এক অমূল্য সম্পদ আৰু ই আজীবন স্মৃতিত সজীৱ হৈ থাকিব।“মাননীয় প্ৰধানমন্ত্ৰী আৰু সন্মানীয়…
Newsdesk,19July,2025:In a remarkable achievement, Adarsh Harlalka, a young man from a financially challenged family in Simaluguri, Sivasagar district, has cleared the prestigious Chartered Accountant (CA) exam 2025, bringing pride to his family and community. Despite facing financial difficulties, Adarsh’s parents, Sushil Harlalka and Preeti Harlalka, worked tirelessly to support his education. Sushil Harlalka, who once sold turmeric and pitha on a bicycle to make ends meet, ensured his son received the best possible education.Adarsh’s success is a testament to his hard work and dedication, as well as his parents’ unwavering support. The news has brought immense joy to the family…
নিউজডেক্স,১৮জুলাই,২০২৫:চৰাইদেউ জিলাৰ সাপেখাতী মৌজাৰ অসম -অৰণাচল সীমান্তবৰ্তী ভোগবাৰী লেকামপথাৰ গাঁৱৰ নিৱাসী সুজিৎ চাচা।এটি চাহ জনগোষ্ঠী পৰিয়ালৰ যুৱক সুজিৎ চাচায়ে প্ৰায় আঠ বছৰ বয়সৰ পৰাই চাহ গছৰ মূড়াকে ধৰি বিভিন্ন ধৰণৰ পৰিত্যক্ত গছ গছনিৰ সামগ্ৰীৰে জীৱ জন্তু,চৰাই চিৰিকটি কে ধৰি বিভিন্ন প্ৰকাৰৰ ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি আহিছে। প্ৰচাৰ বিমুখ সুজিৎ চাচাৰ ইচ্ছা আছে যদিও অৰ্থৰ অভাৱত তেওঁ আগবাঢ়ি যাৱ পৰা নাই।বৰ্তমান চাচাই অৰ্থৰ অভাৱত পৰিত্যক্ত গছ গছনিৰ সামগ্ৰীত খুদিত শিল্পত ৰং-তেল দিবলৈ সক্ষম হোৱা নাই। বহু প্ৰতিভাধাৰী যুৱকজনজন অৰ্থৰ অভাৱত থমকি ৰবলৈ বাধ্য হৈছে। বৰ্তমান তেওঁ গৃহতে সহস্ৰাধিক বিভিন্ন ধৰণৰ ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি আছে যদিও আজিও কোনোধৰণৰ চৰকাৰী সহাৰ্য লাভ…
Newsdesk,17July,2025 :The Central Industrial Security Force (CISF) has achieved a record 159 medals in 2024-25 and is launching a massive sports recruitment drive to promote talent. They’re recruiting 433 promising athletes, including 229 women, with an overwhelming response of 12,868 applicants. The drive aims to support young athletes and help them reach Olympic-level performance.
নিউজডেক্স,১৫জুলাই,২০২৫ : আজি নাজিৰাত অনুষ্ঠিত হোৱা চি পি আই দলৰ এক সংবাদ মেলত দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাচাৰীতাৰে যি অমানৱীয় উচ্ছেদ প্ৰক্ৰিয়া চলাই আছে এনে বৰ্বৰ কাৰ্য শীঘ্ৰে বন্ধ কৰক আৰু যদি উচ্ছেদ কৰিব লগা হয় তেন্তে তেওঁলোকক সৰ্বোচ্চ ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানি চলিহে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক ৷চৰকাৰে যদি অবৈধ বাংলাদেশী চিনাক্ত কৰিব পাৰিছে তেন্তে তেওঁলোকক বাংলাদেশৰ সৈতে বিদেশী বিতাৰণৰ চুক্তি কৰি গতাই দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় ৷ অমানৱীয় উচ্ছেদ কৰি পুনৰ ডেৰ কঠা ভূমি আৰু ৫০ হাজাৰ টকা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইয়া স্ব-বিৰোধ কাম…
Newsdesk, 16July,2025 : The Union Ministry of Education (Department of School Education and Literacy) has approved the establishment of a Jawahar Navodaya Vidyalaya (JNV) in Charaideo district. The JNV will be set up at Borboruakhat under Sapekhati tehsil of the district. “The Jawahar Navodaya Vidyalaya will be made operational only after transfer of the proposed land for permanent site of the JNV in favour of the Navodaya Vidyalaya Samiti and upon receipt of suitable temporary accommodation from the State government or after completion of the construction of JNV’s own permanent building and campus, whichever is earlier,” said a letter sent…
নিউজডেক্স,১৫জুলাই,২০২৫: ম্যানমাৰত থকা আলফা স্বাধীনৰ চলমান শিবিৰত ভাৰতীয় সেনাই দ্ৰোণ,মিছাইল আক্ৰমণ কৰাত চৰাইদেউৰ প্ৰদীপ অসম আৰু গণেশ অসম নিহত হোৱা বুলি প্ৰচাৰ হোৱাৰ পাছত শেহতীয়াকৈ কালি আলফাৰ ফালৰ পৰা প্ৰদীপ অসম জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুলি প্ৰকাশ কৰাৰ পাছতেই যেন সাময়িক সকাহ পাই স্বস্তিৰ নিশ্বাস এৰিছে প্ৰদীপ অসমৰ পৰিয়ালে।চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত হাওঁফাওঁ গাঁৱত থকা প্ৰদীপ অসমৰ পৰিয়ালৰ হৈ তেওঁৰ কণিষ্ঠ ভ্ৰাতৃয়ে প্ৰদীপ অসমক শীঘ্ৰেই পৰিয়ালৰ মাজলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে৷

