Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
Newsdesk, 27 June 2025 :Oil and Natural Gas Corporation Limited (ONGC) has successfully completed the capping operation at Well RDS#147A, marking a significant milestone in the well control efforts. During service operations on 12 June 2025, a blowout occurred at Well RDS#147A, and gas gushed out.At the break of dawn, ONGC’s Crisis Management Team (CMT), along with experts from Cudd and local operations teams, commenced the critical operation to safely remove the damaged Blowout Preventer (BOP) from the wellhead. The effort was carried out with high precision and coordination to ensure stability and prevent any imbalance or toppling during the lifting process.Once the BOP was safely…
Newsdesk,27June,2025 :Retired teacher, journalist, and social worker Biren Sharma and Anuj Rajkhowa awarded the ‘Samaj Hiteishi Award-2025’ by “Nazira Hangbadik Mancha on 25th June.The award was given in recognition of their outstanding contributions to the field of education, art, culture, literature, and journalism. Biren Sharma, a renowned journalist and former principal of Chakimukh Higher Secondary School, has written articles and essays for various publications, including Dainik Asom, Dainik Agradoot, and The Clarion. He has also written children’s literature and composed songs and poems. Anuj Rajkhowa, a well-known figure in Nazira’s social life, journalism, literature, and art, has worked as a…
নিউজডেক্স,২৬ জুন,২০২৫ : সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা বিশিষ্ট লোকসকলৰ সোঁৱৰণত ৰাইজ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যক্তি বিশেষৰ নামত কোনো পথৰ নামাকৰণ কৰে৷ কালক্ৰমত এই পথৰ পৰিচিতিয়েই সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ ঠিকনা হৈ পৰে৷। নাজিৰাটো এনে বহু বিশিষ্ট ব্যক্তিৰ নামত বহুকেইটা পথ নামাকৰণ কৰা হৈছে৷ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা এসময়ত “হেডমাষ্টৰ আজিজুৰ ৰহমান” নামে প্ৰখ্যাত ব্যক্তি জনাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে বহুবছৰ পূৰ্বে নাজিৰা পৌৰসভাই উক্ত বিদ্যালয়ৰ সন্মুখৰ “টকৌ আলি” নামেৰে পৰিচিত পথটো “হেডমাষ্টৰ আজিজুৰ ৰহমান” পথ বুলি নামাকৰণ কৰি নামফলক লগাইছিল বৰ্তমান উক্ত পথত কোনো নামফলক নাই৷ সেইদৰে শতিকা পূৰ্বে নাজিৰাৰ জনজীৱনৰ সুবিধাৰ্থে নগৰখনৰ ৮ নং…
Newsdesk 24 June 2025 :Oil and Natural Gas Corporation Limited (ONGC), in collaboration with international well control experts, continues to make measured and strategic progress in the well control operations at RDS#147A, despite p ersistent rainfall and challenging site conditions.A key development in the operation was the successful installation of a 200-ton crane with an approximately 80-metre boom, which has now been fully commissioned and is actively supporting critical tasks at the site. This marks a significant advancement in the preparatory phase leading to the well-capping operation.Due to continuous rainfall, several site stabilisation and preparatory activities were undertaken to ensure…
Despite Heavy Rains ONGC Pushes Ahead with Well Control Operations at RDS#147A : Critical Progress Continues
News Desk, 24 June 2025: Oil and Natural Gas Corporation Limited (ONGC) continues to make progress at the site of well number RDS#147A, with teams working around the clock despite challenging weather conditions. The extra-long boom crane, essential for safely removing tubings stacked in the rig derrick, has reached the well site from Guwahati this evening. Its arrival marks a crucial step forward in clearing the rig from the well for the final capping operation.Today’s heavy and continuous rainfall created a slushy work environment, yet ONGC’s Regional Crisis Management Team (RCMT), along with international experts from Cudd Pressure Control, remained…
নিউজডেক্স,২৩ জুন,২০২৫ : নাজিৰা পৌৰসভাৰ অপৰিকল্পিত কাম কাজৰ বাবে এজাক বৰষুণতেই নগৰখন কৃত্ৰিম বানত জলমগ্ন হৈ পৰে৷ নাজিৰা নগৰৰ ৫,৮ আৰু ৯ নং ৱাৰ্ডৰ বাসিন্দাসকল দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাত ভূগি এই সমস্যা সমাধানৰ বাবে উপযুক্ত নলা-নৰ্দমা নিৰ্মাণৰ বাবে পৌৰ কৰ্তৃপক্ষক বহু বছৰ ধৰি দাবী উণ্থাপন কৰি অহাৰ পিছত নাজিৰা নগৰৰ ৮নং ৱাৰ্ডত থকা উক্ত তিনিটা ৱাৰ্ডৰ পানী যোৱা জংচন ড্ৰেইন নিৰ্মাণৰ বাবে প্ৰায় আঠলাখ টকাৰ ঠিকা কাম নগৰখনৰ এজন বিজেপি দলৰ কৰ্মীক প্ৰদান কৰে৷ উল্লেখ্য যে যি স্থানত পৌৰ সভাই জংচন ড্ৰেইন নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছে সেই স্থান অৰ্থাৎ নাজিৰা নগৰ মৌজাৰ ১১৭ নং পট্টাৰ ২০২ নং দাগৰ উক্ত…
ONGC Clears Path for Well Capping Operations; Air Quality Safe, Residents to Begin Return
News Desk, 22 June 2025 : Oil and Natural Gas Corporation Limited (ONGC), in collaboration with international well control experts from Cudd Pressure Control, has achieved a significant milestone in its ongoing operations at Well RDS#147A. Approximately 10 trailer loads of rig material have been successfully removed by ONGC’s Crisis Management Team (CMT) and the expert crew, clearing the majority of the rig equipment from the site and paving the way for the upcoming well capping operation. The necessary heavy equipment required for the capping process is currently being mobilised to the siten parallel, the team has conducted a detailed inspection…
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনাই নাজিৰা প্ৰেছ ক্লাবে সম্বৰ্ধনা জনালে সংগীত সাধক ৰজনীকান্ত বড়াক
নিউজডেক্স,২০ জুন,২০২৫ : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি নাজিৰা প্ৰেছ ক্লাবে আজি বৰ্ষীয়ান সংগীত সাধক, শিল্পী পেঞ্চনাৰ ৰজনীকান্ত বড়াক স্বগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে ৷ হাঁহচৰাৰ চূণপোৰা গোহাঁইৰ বড়া চুকত শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখন সম্বৰ্ধনা পত্ৰ আৰু চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰেছ ক্লাবৰ হৈ সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁই,সম্পাদক নৱ বুঢ়াগোহাঁই,মুখপাত্ৰ ধ্ৰুৱজ্যোতি গগৈ আৰু নিবন্ধকাৰ ডিম্বেশ্বৰ দত্ত উপস্থিত থাকে ৷ তেখেতে পঁচান্নবৈ বছৰ বয়সত এতিয়াও অতীতক সুঁৱৰি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লাভ কৰা সান্নিধ্য আৰু সংগীতৰ যাত্ৰাত সুৰ-তাল-লয়ত সমভাগি হোৱা বহুজনৰ নাম উল্লেখ কৰে ৷ শেষত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কবিতাৰে ভাস্কৰজ্যোতি বৰগোহাঁয়ে সম্বৰ্ধনা অনুষ্ঠানটিৰ সামৰণি মাৰে…
নিউজডেক্স,২০জুন,২০২৫:সৈনিক শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো ৰাজ্যবাসীয়ে ৰাভা দিৱস হিচাপে উদ্যাপন কৰি আহিছে ৷১৯৬৯চনৰ আজিৰ দিনটোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নাজিৰাতো ৰাভা দিৱস উদ্যাপন কৰা হয়।নাজিৰাৰ সাংবাদিক মঞ্চৰ উদ্যোগত নাজিৰা গান্ধী ময়দানত ৰাভা দিৱস উদ্যাপন কৰা হয় । গান্ধী ময়দানৰ বিষ্ণু প্ৰসাদ ৰাভাৰ আৱক্ষ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ,বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হোৱা কাৰ্য্যসূচীত গান্ধী ময়দানৰ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে নাজিৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষক , বিশিষ্ট নাট্যকাৰ,অভিনেতা ডাঃ কুকিল কুমাৰ গগৈয়ে। অন্যহাতে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলাৰ তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত…
নিউজডেক্স,১৪ জুন,২০২৫ :নতুন শিক্ষানীতি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দ্দেশনাৱলীৰ অধীনত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম( FYUGP) আৰু পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম (FYIPGP) ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহত ইণ্টাৰশ্বিপ প্ৰযোজ্য কৰিছে। এই ক্ষেত্রত সকলোৰে সুবিধা হোৱাকৈ “Guidelines for Internship and Community Engagement FYUGP/FYIPGP Students Dibrugarh University, ” শীৰ্ষক এক নিৰ্দেশিকাও ২০২৫ বৰ্ষৰ বাবে প্ৰকাশ কৰি ওলিয়াইছে। এই নিয়মাৱলীত ৫ নং পৃষ্ঠাত ছাত্ৰ-ছাত্ৰীসকলে কোন কোন ঠাইত এই ইণ্টাৰশ্বিপ কৰিব পাৰিব সেইয়া স্পষ্টকৈ উল্লেখ কৰিছে।তাৰ পৰিপ্ৰেক্ষিততে নাজিৰা মহাবিদ্যালয় কৰ্তৃপক্ষই এটা প্ৰতিষ্ঠানত ১৫০০/টকা মাচুলৰ বিনিময়ত এই ইণ্টাৰশ্বিপ কৰিবলৈ ছাত্র-ছাত্ৰীসকলক বাধ্য কৰোৱাতো ৰহস্যৰ বিষয় হৈ পৰিছে!সাধাৰণতে দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীয়েই যিকোনো চৰকাৰী মহাবিদ্যালয়ত…

