Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ
নিউজডেক্স,৭এপ্ৰিল,২০২৪:অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা ৬ এপ্ৰিল তাৰিখে নাজিৰাৰ মেজেংগাত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক কেৱল পত্ৰ লিখা বিধায়ক বুলি ইতিকিং কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই কয় যে বিগত সময়ত বিৰোধী দলৰ দলপতি ৰূপে তেওঁ জনস্বাৰ্থ জড়িত বিষয়ত বহু সংখ্যক পত্ৰ মুখ্যমন্ত্ৰীলৈ লিখিছে যদিও দেশৰ প্ৰচলিত গণতান্ত্ৰিক পৰম্পৰাক নসাৎ কৰি কেৱল এখন চিঠিৰ বাদে তেওঁৰ আনবোৰ চিঠিৰ কোনো উত্তৰ দিয়া নাই মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ বিধায়কক লগ কৰিবলৈ সময় নিদিয়ে এনে কাৰ্য্যই মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰীতাকেই প্ৰকাশ কৰে বুলি কৈ দেৱব্ৰত শইকীয়াই জনস্বাৰ্থৰ খাতিৰত মুখ্যমন্ত্ৰীলৈ আৰু পত্ৰ লিখিব বুলি কয় ৷
नाजिरा में मुख्यमंत्री ने तपन गोगोई के पक्ष में चुनावी जन सभा को किया संबंधित मोदी की गारंटी और मामा की वारंटी पर बंटोरी तालीयां
न्यूज़ हन्ट डेस्क -6अप्रेल,2024 : आज नाजिरा के निकटवर्ती मेजेंगा उच्चतर माध्यमिक विद्यालय के खेल मैदान में जोरहाट संसदीय सीट से भाजपा उम्मीदवार तपन कुमार गोगोई के समर्थन में राज्य के मुख्यमंत्री डां. हिमंत विश्व शर्मा ने एक चुनावी रैली को संबोधित किया। उन्होंने राज्य में हुए विकास कार्यों की अवाधित गति से सभी वर्गों में भाजपा के प्रति आकर्षण बढ़ने कि बात भी कही। जोरहाट संसदीय सीट से भाजपा मित्र दल के उम्मीदवार तपन कुमार गोगोई की तीन लाख के अंतर से जीत की भविष्यवाणी की। इस दौरान बड़ी संख्या में लोगों की उपस्थिति देखी गई।
न्यूज़ हन्ट डेस्क- 05अप्रेल,2024 : राज्य के मुख्य चुनाव अधिकारी आयूष गोयल का नाजिरा दौरा -चुनावी तैयारीयों का लिया जायजा आगामी लोकसभा चुनावों के प्रथम चरण के होने वाले चुनावों की तैयारियां संबंधित जानकारी प्राप्त करने आज राज्य के मुख्य चुनाव अधिकारी अनुराग गोयल ने नाजिरा का दौरा किया। इस दौरान उन्होंने नाजिरा अनुमंडलाधिकारी कार्यालय परिसर में बनाये गये स्ट्रांग रूम का भी निरीक्षण किया। साथ ही सुरक्षित एवं शांतिपूर्ण तरीके से चुनाव कराये जाने संबंधित सभी पहलुओं पर अतिरिक्त आयुक्त सह -नाजिरा जिला निर्वाचन अधिकारी आयूषी जैन के साथ एक बैठक भी आयोजित की। अनुमंडलाधिकारी जैन ने उन्हें चुनाव…
ডিব্ৰুগড়ৰ ডি. এইচ. এছ. কানৈ মহাবিদ্যালয়ক ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ ৰূপে ঘোষণা ৰাষ্ট্ৰসংঘৰ
নিউজহাণ্ট এন ই, ডিব্ৰুগড়, ৪ এপ্রিল,২০২৪ : ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্রাপ্ত উত্তৰ-পূবৰ সম্পদ কেন্দ্রৰ উদ্যোগত নাকৰ দ্বাৰা ‘এ’ গ্রেড প্রাপ্ত, ৭৮ বছৰ গৰকা অসমৰ ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ক ‘চেপ্টাৰ অৱ এক্সেলেঞ্চ’ হিচাপে ঘোষণা কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। ৰাষ্ট্ৰসংঘই গ্রহণ কৰা এই পদক্ষেপসমূহক কার্যকৰী কৰাৰ ক্ষেত্রত মহাবিদ্যালয়খনে পালন কৰা গুৰত্বপূৰ্ণ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি মহাবিদ্যালয়খনক এনে সম্মান দিয়া হৈছে বুলি জানিব পৰা গৈছে। কানৈ মহাবিদ্যালয়ত অহা ৬ এপ্রিলত অনুষ্ঠিতব্য এখন সভাত ৰাষ্ট্ৰসংঘৰ অনুমোদন প্রাপ্ত ইউনেস্ক’ এছ’চিয়েচনৰ সম্পাদক প্রধান, ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূবৰ সম্পদ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক, ৰাষ্ট্ৰসংঘৰ অধ্যয়ন প্ৰতিষ্ঠানৰ আঞ্চলিক সম্পাদক, ইউনাইটেড নেচনচ এছচিয়েচনৰ অসমৰ সম্পাদক ড০ অশ্বিনী শর্মাই মহাবিদ্যালয়খনক “চেপ্টাৰ অৱ এক্সেলেঞ্চ”ৰ প্রমাণ…
নিউজডেক্স,৪এপ্ৰিল,২০২৪ : আমাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে অসমক মাতৃভূমি বুলি ভবা লোকসকলে কৌশলী -দূৰদৰ্শীতাতাৰে জটিল বাস্তৱৰ কঠিনতাক সংবিধান সন্মতভাবে মোকাবিলা কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধতাৰে সুচিন্তিত ৰূপত আগনাবাঢ়িলে অসমৰ বিদেশী সমস্যাৰ সমাধান অসম্ভৱ৷ আমাৰ কৰ্মবিমুখিতাৰ কাৰণেই অন্য স্থানৰ লোক আহি নিৰ্মাণক্ষেত্ৰকে ধৰি আন বিভিন্ন ক্ষেত্ৰত টিঘিলঘিলাই আছে৷ থলুৱা অসমীয়াৰ কৰ্মবিমুখীতাৰ বাবেই আজি নৱগ্ৰহ শ্মশান পুনৰ্নিমাণৰ কামটো মিঞা সম্প্ৰদায়ৰ শ্ৰমিকে কাম কৰিবলগীয়া হৈছে৷
নিউজডেক্স,৪এপ্ৰিল,২০২৪: নিউজহাণ্ট এন ইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে আজিকালি বিভিন্ন কাৰণত চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ প্ৰতি ৰাইজৰ আস্থা কমিছে৷ এতিয়া উচ্চ হাৰৰ নম্বৰৰ ভিত্তিত মেধাৱী লোকক শিক্ষক ৰূপে নিয়োগ কৰা হয় যদিও দায়বদ্ধতাৰ অভাৱৰ বাবে সেই অনুপাতে শিক্ষানুষ্ঠান সমূহৰ ফলাফল ভাল নহয়৷ গুণগত অৱক্ষয়ৰ বাবেই এতিয়া বেছিভাগ শিক্ষক-অধ্যাপকে নিজৰ ল’ৰা ছোৱালীক তেখেতে নিজে কাম কৰা শিক্ষানুষ্ঠান খনত পঢ়োৱাব নিবিচাৰে ৷আনহাতে সপোন দেখুওৱাৰ ক্ষেত্ৰত আমাৰ সমাজখন নিৰ্লিপ্ত আৰু দায়িত্বহীন হোৱা পৰিলক্ষিত হৈছে৷কেৱল শ্ল’গানৰ দ্বাৰা জাতি ৰক্ষা কৰিব নোৱাৰি৷ সততাৰ দ্বাৰা ত্যাগৰ মনোবৃত্তিৰে সমাজখনৰ জটিল জনবিন্যাসক একত্ৰিত কৰি এখন সমৃদ্ধ অসম গঢ়াৰ কাৰণে আমি সকলো…
Newsdesk,4April,2024 : A life-size statue of Communist veteran, thinker, educationist and social activist Awani Borthakur was unveiled by Sahitya Akademi Award-winning author Harekrishna Deka in the presence of senior journalist Haidar Hussain and other guests on the Nazira College campus on Wednesday. Incidentally, Awani Borthakur was a founder principal of Nazira College. Addressing the function held on the occasion at Nazira College auditorium, Deka praised Awani Borthakur as a thinker, historian, and a man of many talents. He said that Borthakur worked all his life for the welfare of society but never wanted anything in return. …
নিউজডেক্স,৪এপ্ৰিল,২০২৪ : দেশত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে বৰ্তমান দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণৰ বাহিৰত৷৪০০ টকাৰ চিলেণ্ডাৰৰ দাম এতিয়া ১২০০ টকা হ’ল৷ ১৯৪৭ চনৰ পৰা ২০১৬ চনলৈ অসমৰ ধাৰৰ পৰিমাণ আছিল ৪৩ হাজাৰ কোটি টকা, কিন্তু ২০১৬ চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনত পাঁচ বছৰত ধাৰ ল’লে ৪৮ হাজাৰ কোটি টকা আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ আঢ়ৈ বছৰতে ঋণ লৈছে ৫০ হাজাৰ কোটি টকাৰ৷ এই পইচাবোৰ ক’ত হেৰাই গৈছে ?
न्यूज़ हन्ट डेस्क- 03मार्च : 1981 सन की 16दिसंबर को प्रतिष्ठित नाजिरा काँलेज के प्रतिष्ठापक अध्यक्ष, विशिष्ट शिक्षाविद् अवनी बरठाकुर के प्रति सम्मान तथा कृतज्ञता स्वरुप काँलेज प्रांगण में निर्मित उनकी प्रतिमूर्ति का आज साहित्य अकादमी पुरस्कार से सम्मानित विशिष्ट साहित्यिक,लेखक एवं राज्य के पूर्व डीजीपी हरेकृष्ण डेका ने अनावरण किया। इस अवसर पर आयोजित अनावरण समारोह में विशिष्ट अतिथि के रुप में वरिष्ठ पत्रकार तथा लेखक हैदर हुसैन ने अपने संबोधन में समाज एवं बौद्धिक जगत के पथ प्रदर्शक अवनी बरठाकुर की प्रतिमूर्ति स्थापना किए जाने के लिए नाजिरा काँलेज परिवार से जुड़े सभी लोगों के साथ ही नाजिरा…
নিউজডেক্স, ৩ এপ্ৰিল,২০২৪ : ১৯৮১ চনৰ ১৬ ডিচেম্বৰত প্ৰতিষ্ঠা হোৱা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা প্ৰাক্তন অধ্যক্ষ ,বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰক সন্মান আৰু কৃতজ্ঞতা জ্ঞাপনৰ বাবে মহাবিদ্যালয় খনৰ চৌহদত নিৰ্মাণ কৰা তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিৰ আজি পুৱা ১১-৩০ বজাত শুভ উন্মোচন কৰে সাহিত্য একাডেমিৰ বঁটা প্ৰাপক বিশিষ্ট কবি,সাহিত্যিক হৰেকৃষ্ণ ডেকাই৷ এই উপলক্ষে নাজিৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ মুবিদুল ইছলামৰ সভাপতিত্বত অনুষ্টিত হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক,লেখক হাইদৰ হুছেইন ৷ শিক্ষাবিদ প্ৰভাত বৰঠাকুৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, যুৱনেতা কনক গগৈকে ধৰি ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্টিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে…

