Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,২৩এপ্ৰিল,২০২৪: ৰেল বিভাগৰ কনিষ্টবলৰ খালী পদত নিযুক্তিৰ বাবে অনলাইন আবেদনৰ অধিসূচনা জাৰি কৰিছে ৰে’ল সুৰক্ষা বাহিনীয়ে। ৪,৬৬০টা খালী হৈ থকা কনিষ্টবল পদৰ পদ পূৰণৰ বাবে আৰ পি এফৰ নিযুক্তি অভিযানআৰম্ভ কৰিছে৷ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে কনিষ্টবল পদৰ বাবে আবেদন কৰিবলৈ আৰ পি এফৰ আনুষ্ঠানিক ৱেবছাইট rrbapply.gov.in ত আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদন পদ্ধতি আৰম্ভ হৈছে আৰু অহা ১৪ মে’ত ই সমাপ্ত হ’ব ৷ আৰ পি এফৰ চৰকাৰী কনিষ্টবল নিযুক্তিৰ জাননী যোৱা ১৪ এপ্ৰিল, ২০২৪ তাৰিখে প্ৰকাশিত হয়৷ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ আৰম্ভণিৰ তাৰিখ: ১৫ এপ্ৰিল, ২০২৪ ৰ পৰা, অনলাইন আৰ পি এফ কনিষ্টবল আবেদনৰ শেষ তাৰিখ হৈছে : ১৪ মে’, ২০২৪ ৷ পৰীক্ষাৰ তাৰিখ: এতিয়াও ঘোষণা…
न्यूज़ हन्ट -डेस्क -20 अप्रैल 2024 :जोरहाट संसदीय सीट के लिए 19 अप्रैल को हुए चुनावों में संसदीय सीट के अधीन नाजिरा निर्वाचन ज़िले की नाजिरा विधानसभा क्षेत्र के अधीन हाथी पट्टी में मतदान वाले दिन स्थिति उस समय तनावपूर्ण हो गई जब संबंधित मतदान केंद्र से कुछ दूरी पर मतदान की अवधि खत्म होने के बाद संदिग्ध हालात में खड़े एक बोलेरो वाहन पर लोगों की नजर पड़ी। इस दौरान जब वहां उपस्थित लोगों ने AS04 AA 7848 वाहन की जानकारी लेने के लिए वहां पहुंचे तो वाहन के भीतर चार EVM सहित एक व्यक्ति को लगभग दो घंटे…
নিউজডেক্স,২০এপ্ৰিল,২০২৪: আজি পুৱাৰ পৰাই সমগ্ৰ অসমত মোবাইল নেটৱৰ্ক সংযোগৰ সমস্যাই দেখা দিছে৷ৰাজ্যখনৰ লোকে নিজৰ ফোন কলৰ দ্বাৰা যোগাযোগ কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছ৷ ব্যাপক মোবাইল নেটৱৰ্ক সংযোগৰ সমস্যাই আগুৰি ধৰাৰ ফলত বিভিন্ন নেটৱৰ্কৰ মাজেৰে যোগাযোগ অসম্ভৱ হৈ পৰিছে।ৰাতিপুৱাৰ পৰাই ৰাজ্যৰ মবাইল ব্যৱহাৰকাৰীসকলে ফোন বা বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰাৰ বাবে দৈনন্দিন কাম-কাজত অসুবিধা আৰু ব্যাঘাত জন্মাৰ লগতে ৰাজ্যত আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছত নিজৰ আত্মীয়ৰ ফলাফলৰ খবৰ ল’বলৈ ব্যগ্ৰ লোকৰ যোগাযোগৰ ক্ষেত্ৰতো মবাইল নেটৱৰ্কৰ বিচ্ছিন্নতাই সমস্যাৰ সৃষ্টি কৰিছে৷একেদৰে বিভিন্ন ব্যক্তিৰ পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰ সুৰক্ষা আৰু মংগলৰ খা খবৰ ল’ব নোৱাৰাত বহুতে উদ্বেগ প্ৰকাশ কৰিছে।আনহাতে সৰু- বৰ ব্যৱসায়ীৰ…
न्यूज़ हन्ट -डेस्क 19अप्रेल 2024 : आज देश कि 18वीं लोकसभा के लिए हुए प्रथम चरण के चुनावों में राज्य की पांच संसदीय सीटों पर भी मतदान हुआ, जिनमें राज्य की जोरहाट संसदीय सीट भी शामिल हैं। इस के नाजिरा LAC के कुल 224मतदान केंद्रों पर सुबह से ही मतदाताओं की लंबी कतारें नजर आई। नाजिरा निर्वाचन ज़िले के अधीन कुल मतदाताओं की संख्या 180.064 है जिनमें से आज निर्वाचन कार्यालय से प्राप्त सूचना अनुसार 81.71 प्रतिशत मतदाताओं ने अपने मताधिकार का उपयोग किया। इस दौरान राज्य में नेता प्रतिपक्ष एवं नाजिरा के विधायक देवव्रत सैकिया ने अपनी मां एवं…
বিৰোধী দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ নাজিৰা বিধানসভা সমষ্টিৰ ১০৯ নং ভোট কেন্দ্ৰত ভোট দান সাব্যস্ত কৰে
নিউজডেক্স,১৯এপ্ৰিল,২০২৪ : আজি অসমৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ।পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰ সমূহত ভোটাৰ সকলে ভোট দান সাব্যস্ত কৰিছে।যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি পুৱাই নাজিৰা বিধানসভা সমষ্টিৰ ১০৯ নং ভোট কেন্দ্ৰত ভোট দান সাব্যস্ত কৰে।বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে দেৱব্ৰত শইকীয়াৰ মাতৃ তথা প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া,পত্নীয়ে ভোটদান সাব্যস্ত কৰে ৷ আনহাতে দিনৰ এক বজাৰলৈকে নাজিৰা সমষ্টিত ৪৯.২৫ শতাংশ ভোটদান সম্পন্ন হোৱাৰ খবৰ পোৱা গৈছে৷
न्यूज़ हन्ट -डेस्क 18अप्रेल 2024:भारतीय निर्वाचन आयोग के द्वारा ज़ारी आचार संहिता के बीच आज नाजिरा में प्रथम चरण के चुनावों की पूर्व संध्या पर आवकारी विभाग द्वारा जारी तलाशी अभियान के दौरान एक निजी वाहन से शराब की खेप बरामद की गई। प्राप्त सूचना के अनुसार नाजिरा जन स्वास्थ्य अभियांत्रिकी कार्यालय परिसर में खड़े एक निजी वाहन से यह खेप ज़ब्त की गई है।जिस वाहन से यह शराब बरामद हुई है वह स्थानीय भाजपा के किसी नेता के नाम पर पंजीकृत बताई गई है। पुलिस प्रशासन मामले की जांच में जुट गया है उसके बाद ही पूरी तस्वीर साफ…
নিৰ্বাচনলৈ সাজু নাজিৰা প্ৰশাসন : ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিয়োজিত বিযয়া সকল : শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰী
নিউজডেক্স,১৮এপ্ৰিল,২০২৪ :লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়ালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী।কাইলৈ অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫ টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং,পিজাইডিং বিষয়াৰ দল । ইভিএম মেছিন আৰু ভিভিপেট লৈ নাজিৰা সমষ্টিৰ মুঠ ২২৪ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ ।কালিলৈ যোৰহাট লোকসভা সমষ্টিৰ সাধাৰণ জনতাই নিৰ্ণয় কৰিব ৰাজ্যজুৰি চৰ্চাত থকা দুই গগৈৰ ৰাজনৈতিক ভবিষ্যত।এইবাৰ গৌৰৱ গগৈ আৰু তপন গগৈৰ ভিতৰতে হ’ব মুখ্য নিৰ্বাচনী যুঁজ৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১৮০০৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ বাবে পুলিং- পিজাইডিং বিষয়া সকল নাজিৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰপৰা ৰাওনা হৈছে…
নিউজডেক্স,১৭এপ্ৰিল,২০২৪ : মাহেকীয়া ই-আলোচনীৰ সমলয়ৰ উদ্যোগত আজি নাজিৰাৰ খটখটী ৰেৱতী গাঁওত বসন্তৰ ৰং সনা আবেলি শীৰ্ষক অনুষ্ঠানৰ আয়োজনকৰা হয়৷ গীত, নৃত্য,কবিতা পাঠেৰে জীপাল হৈ পৰে অনুষ্ঠানটিত শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জীৱন কলিতা, শিক্ষক সন্মিলনৰ শৈলেন কলিতা,সমাজ সংগঠক গোপাল বৰুৱা,সাংস্কৃতিক কৰ্মী শিৱ শইকীয়া,ধীৰেন কোঁৱৰকে ধৰি আন বহু সংখ্যক লোক উপস্থিত থাকে ৷
न्यूज़ हन्ट डेस्क -16अप्रैल ,2024: लोक सभा के प्रथम चरण के चुनाव प्रचार पर बुधवार की शाम को विराम लग जाएगा। इस के पूर्व सभी राजनीतिक दल ज्यादा से ज्यादा मतदाताओं तक पहुंचने में अपना पसीना बहाते हुए देखे जा रहे हैं।आज जोरहाट संसदीय सीट के अधीन आमगुड़ी के जांजी हेमचंद्र शर्मा काँलेज मैदान में भाजपा मित्र दल की आयोजित विशाल चुनावी रैली को संबोधित करते हुए मुख्यमंत्री डा. हिमंत विश्व शर्मा ने जोरहाट संसदीय सीट से उम्मीदवार तपन गोगोई के पक्ष में विशाल जनसभा को संबोधित किया। उन्होंने प्रधानमंत्री नरेन्द्र मोदी के नेतृत्व में देश के चहुंमुखी विकास के…
शिमलगुड़ी के वरिष्ठ नागरिक गजानंद शर्मा का असम साहित्य सभा की शिमलगुड़ी शाखा द्वारा अभिनंदन किया गया।
न्यूज़ हन्ट डेस्क -15अप्रेल 2024 :असम के नववर्ष एवं बोहाग बिहू के अवसर पर असम साहित्य सभा के सौजन्य से* निजोर दिन* कार्यक्रम के अंतर्गत श्री शर्मा के निवास पर जाकर असम साहित्य सभा शिवसागर जिला समिति की प्रतिनिधि के रुप में लेखक एवं कवियत्री कृष्ण सैकिया, अध्यक्ष कृष्ण ज्योति हैंडिकै उपाध्यक्ष ईला बुढागोंहाई महासचिव साकीरा उल्लाह हजारिका शामिल थी। श्री शर्मा को फुलाम गामोछा तथा प्रशस्ति पत्र देकर सम्मानित करते हुए उनके स्वस्थ जीवन एवं दीर्घायु की कामना की गई।

